১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বৰ্ষ ছবি পৰিচালক প্ৰযোজক মুক্তিৰ তাৰিখ
১৯৪১ মনোমতী ৰোহিনী কুমাৰ বৰুৱা কমল নাৰায়ণ চৌধুৰী[1] ৩ এপ্ৰিল[2]
১৯৪১ ৰূপহী পাৰ্বতি প্ৰসাদ বৰুৱা পাৰ্বতি প্ৰসাদ বৰুৱা ৬ চেপ্টেম্বৰ[3][2]
১৯৪৭ বদন বৰফুকন কমল নাৰায়ণ চৌধুৰী গৌৰ গোস্বামী[1] ১৫ এপ্ৰিল[2]
১৯৪৮ ছিৰাজ ফণী শৰ্মা চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড ১৬ জানুৱাৰী[2]
১৯৪৯ পাৰঘাট প্ৰবীন ফুকন গন্ধৰ্ব[1] ৫ আগষ্ট[2]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Rajkonwar, Manjit. "অসমীয়া চলচ্চিত্ৰৰ গীত". http://muktosinta.org/. http://muktosinta.org/axomiya-solositror-git-mat/। আহৰণ কৰা হৈছে: 27 December 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 "অসমীয়া চিনেমাৰ তথ্যকোষ". চিনেকথা ডট কম. Archived from the original on 19 August 2020. https://web.archive.org/web/20200819113246/https://cinekatha.com/cinema-database/। আহৰণ কৰা হৈছে: 27 December 2020. 
  3. "Assamese Movie Rupohi". Archived from the original on 12 January 2020. https://web.archive.org/web/20200112045827/http://www.boxofficeassam.com/movie/rupohi/। আহৰণ কৰা হৈছে: 30 April 2020.