১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বৰ্ষ ছবি পৰিচালক সংগীত পৰিচালক মুক্তিৰ তাৰিখ প্ৰাপ্ত বঁটা, সন্মান
১৯৫০ বিপ্লৱী অসিত সেন শিৱ ভট্টাচাৰ্য ১৬ জানুৱাৰী
১৯৫২ ৰুণুমী সুৰেশ চন্দ্ৰ গোস্বামী দৰ্প নাথ শৰ্মা অজ্ঞাত
১৯৫৪ সতী বেউলা সুনীল গাংগুলী ভূপেন হাজৰিকা ৮ জানুৱাৰী
১৯৫৫ নিমিলা অংক লক্ষ্যধৰ চৌধুৰী পুৰুষোত্তম দাস ১৬ চেপ্টেম্বৰ
পিয়লী ফুকন ফণী শৰ্মা ভূপেন হাজৰিকা ২ ডিচেম্বৰ "ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি
১৯৫৬ সৰাপাত আনোৱাৰ হুছেইন মুকুল বৰুৱা ৩০ মাৰ্চ
স্মৃতিৰ পৰশ নিপ বৰুৱা ব্ৰজেন বৰুৱা ৬ এপ্ৰিল
লখিমী ভবেন দাস ব্ৰজেন বৰুৱা ২৮ চেপ্টেম্বৰ
এৰা বাটৰ সুৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকা ৩০ নবেম্বৰ
১৯৫৭ মাক আৰু মৰম নিপ বৰুৱা ব্ৰজেন বৰুৱা ১০ মে "ছাৰ্টিফিকেট অব মেৰিট"
ধুমুহা ফণী শৰ্মা ভূপেন হাজৰিকা ২৭ চেপ্টেম্বৰ
১৯৫৮ ৰঙা পুলিচ নিপ বৰুৱা নিজাম ৪ এপ্ৰিল "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি
নতুন পৃথিৱী আনোৱাৰ হুছেইন মুকুল বৰুৱা
ৰাজেশ্বৰ বৰদলৈ
৪ জুলাই
ভক্ত প্ৰহ্লাদ নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৪ নবেম্বৰ
১৯৫৯ কেঁচা সোণ ফণী শৰ্মা ভূপেন হাজৰিকা ২৯ মাৰ্চ
চাকনৈয়া শৈল বৰুৱা মুকুল বৰুৱা ৪ চেপ্টেম্বৰ
পূবেৰুণ প্ৰভাত মুখাৰ্জী তাৰিকুদ্দিন আহমেদ ১৮ চেপ্টেম্বৰ "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক"
বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন
পুৱতি নিশাৰ সপোন ফণী শৰ্মা ভূপেন হাজৰিকা ২ অক্টোবৰ
আমাৰ ঘৰ নিপ বৰুৱা ব্ৰজেন বৰুৱা ৪ ডিচেম্বৰ

তথ্যসংগ্ৰহ সম্পাদনা কৰক