১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল। পাঞ্জাবৰ ১৩খন আসনৰ বাবে নিৰ্বাচন আয়োগে পলমকৈ ১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীতহে নিৰ্বাচন পতাৰ সিদ্ধান্ত লয়। কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ভাৰতীয় জাতীয় কংগ্ৰেছে অন্যন্য দলৰ সহযোগত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰিত্বত এখন সংখ্যালঘূ চৰকাৰ গঠন কৰে। প্ৰথম তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল ৫৬.৭৩% আৰু ই আছিল তেতিয়ালৈকে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সৰ্বনিম্ন হাৰ।[2]

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰত
১৯৮৯ ←
২০ মে’, ১২ জুন আৰু ১৫ জুন ১৯৯১[1]
→ ১৯৯৬

ভোটদানৰ হাৰ ৫৫.৮৮% (decrease৬.০৭%)
  চিত্ৰ:Pumapaparti.N.rao.jpg Lal Krishna Advani 2008-12-4.jpg V. P. Singh (cropped).jpg
দল কংগ্ৰেছ বিজেপি জনতা দল
মিত্ৰদল কংগ্ৰেছ+ বিজেপি+ নেচনেল ফ্ৰণ্ট
শতাংশ ৩৫.৬৬% ২০.০৪% ১১.৭৭%

Wahlergebnisse Indien 1991.svg


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

চন্দ্ৰ শেখৰ
সমাজবাদী জনতা পাৰ্টি

পৰৱৰ্তী প্ৰধানমন্ত্ৰী

পি ভি নৰসিংহ ৰাও
কংগ্ৰেছ+

দলভিত্তিক ফলাফলসম্পাদনা কৰক

ক্ৰমিক নং দল সংক্ষিপ্ত নাম দলৰ স্থিতি লাভ কৰা আসন
স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি ADC পঞ্জীভূক্ত
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম ADK ৰাজ্যিক ১১
অসম গণ পৰিষদ AGP ৰাজ্যিক
ভাৰতীয় জনতা পাৰ্টি BJP ৰাষ্ট্ৰীয় ১২০
বহুজন সমাজ পাৰ্টি BSP ৰাজ্যিক
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI ৰাষ্ট্ৰীয় ১৪
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPM ৰাষ্ট্ৰীয় ৩৫
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক FBL ৰাজ্যিক
হাৰিয়ানা বিকাশ পাৰ্টি HVP পঞ্জীভূক্ত
১০ ভাৰতীয় কংগ্ৰেছ (সমাজবাদী-শৰৎ চন্দ্ৰ সিংহ) ICS(SCS) ৰাষ্ট্ৰীয়
১১ ভাৰতীয় জাতীয় কংগ্ৰেছ INC ৰাষ্ট্ৰীয় ২৩২
১২ জনতা দল JD ৰাষ্ট্ৰীয় ৫৯
১৩ জনতা দল (গুজৰাট) JD(G) পঞ্জীভূক্ত
১৪ ঝাৰখণ্ড মুক্তি মৰ্চা JMM ৰাজ্যিক
১৫ জনতা পাৰ্টি JP ৰাষ্ট্ৰীয়
১৬ কেৰালা কংগ্ৰেছ (এম) KCM ৰাজ্যিক
১৭ অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন MIM পঞ্জীভূক্ত
১৮ মণিপুৰ পিপ’লছ্ পাৰ্টি MRP ৰাজ্যিক
১৯ মুছলিম লীগ MUL ৰাজ্যিক
২০ নাগালেণ্ড পিপ’লছ্ কাউঞ্চিল NPC ৰাজ্যিক
২১ ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি RSP ৰাজ্যিক
২২ শিৱসেনা SHS ৰাজ্যিক
২৩ চিক্কিম সংগ্ৰাম পৰিষদ SSP ৰাজ্যিক
২৪ তেলেগু দেশম TDP ৰাজ্যিক ১৩
২৫ নিৰ্দলীয় IND নিৰ্দলীয়
মুঠ ৫২১ –২২
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎসসম্পাদনা কৰক