ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬

ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ ভাৰতৰ ৰাজ্য আৰু অঞ্চলসমূহৰ সীমাৰ ভাষাগত পাৰ্থক্য বিবেচনা কৰি কৰা এক বৃহৎ সংস্কাৰ আছিল।[1] এই আইনখন সংবিধান (সপ্তম সংশোধনী) আইন, ১৯৫৬-ৰ[2] সৈতে একে সময়তে কাৰ্যকৰী হৈছিল। ই অন্য বিষয়ৰ লগতে ভাৰতৰ বিদ্যমান ৰাজ্যসমূহৰ সাংবিধানিক পৰিকাঠামোৰ পুনৰ্গঠন কৰিছিল আৰু ভাৰতৰ সংবিধানৰ প্ৰথম খণ্ড, অনুচ্ছেদ ৩ৰ বিধানসমূহৰ অধীনত ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ গৃহীত কৰাৰ চৰ্তসমূহৰ পুনৰ্গঠন কৰিছিল।[lower-alpha 1]

  1. "Explainer: The reorganization of states in India and why it happened". 2 November 2016. http://www.thenewsminute.com/article/explainer-reorganization-states-india-and-why-it-happened-52273. 
  2. "Seventh Amendment". Indiacode.nic.in. http://indiacode.nic.in/coiweb/amend/amend7.htm। আহৰণ কৰা হৈছে: 2011-11-19. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল