ৰূপহী চমকা চৰাই
ৰূপহী চমকা চৰাই (ইংৰাজী: Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷ [2]
ৰূপহী চমকা চৰাই (Jerdon's Bush Chat) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Saxicola |
প্ৰজাতি: | S. jerdoni |
বৈজ্ঞানিক নাম | |
Saxicola jerdoni Blyth, 1867 |
বিৱৰণ
সম্পাদনা কৰকএই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ ক'লা বা মটিয়া বৰণীয়া আৰু পেট, বুকু অংশ শুধ বগা হয়৷ ইয়াৰ নেজ ছুটি, চকু আৰু ঠোঁট ক'লা বৰণৰ হয়৷
বিতৰণ
সম্পাদনা কৰকৰূপহী চমকা চৰাই প্ৰধানকৈ বাংলাদেশ, চীন, ভাৰত, লাওছ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ এই চৰাইবিধ ম্যানমাৰত ইতিমধ্যে বিলুপ্ত হৈ পৰিছে বুলি ধাৰণা কৰা হয়৷ [3] [4]
বাসস্থান
সম্পাদনা কৰকএই চৰাইবিধ ক্ৰান্তীয় সেমেকা বনাঞ্চলত সাধাৰণতে দেখিবলৈ পোৱা যায়৷ [5]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকপ্ৰজনন
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Saxicola jerdoni". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006686। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Beolens, Bo; Watkins, Michael (2003). Whose Bird? Men and Women Commemorated in the Common Names of Birds. প্ৰকাশক London: Christopher Helm. পৃষ্ঠা. 180-181.
- ↑ BirdLife International (2009) Saxicola jerdoni. In: IUCN 2010. IUCN Red List of Threatened Species. Version 2010.1.
- ↑ Baral, H.S., Inskipp, C. (2009) The Birds of Sukla Phanta Wildlife Reserve, Nepal. Our Nature (2009) 7: 56-81 download pdf Archived 2011-07-21 at the Wayback Machine
- ↑ http://www.birdlife.org/datazone/speciesfactsheet.php?id=6686&m=1