ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,৮৭৭ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৫২ খনলৈ বৃদ্ধি পালে।
- অনলাইন আলোচনা আৰু প্ৰশিক্ষণ:
- ১ মে'ত সাহিত্য সভাৰ সভাপতি শ্ৰীযুত কুল শইকীয়াৰ সৈতে কেইজনমান ৱিকিপিডিয়ানৰ অনলাইন বাৰ্তালাপ হয়।
- ৪ মে'ত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে জুম এপৰ জৰিয়তে কেইবাজনো ন−শিকাৰুক মুদ্ৰণ সংশোধন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে।
- ১৪ মে'ত জুম এপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।
- এই সকলোৰে বিষয়ে সবিশেষ ইয়াত পঢ়ক
- ৱিকিউৎসত মে', ২০২০ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-
- মে' মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈকে অনুষ্ঠিত ২০২০ ভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত প্ৰায় ২৭ খন গ্ৰন্থৰ কাম কৰা হয়।
- ২০২০ ভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
- অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল (ঈশানন্দ ভঁড়ালী, ১৮৮৫)
- ঊষা-হৰণ (বৃষকেতু, ১৯৪৬)
- কথা-গীতা (ভট্টদেৱ, ১৯২৩)
- কৰ্ণ পৰ্ব্ব (ৰাম সৰস্বতী, ১৯১৩)
- গদা-পৰ্ব্ব (ৰাজমিশ্ৰ, ১৯০৩)
- গীতগোবিন্দ (ৰাম সৰস্বতী, ১৮৮৪)
- জ্ঞান-মালিনী (মফিজুদ্দিন আহমদ হাজৰিকা, ১৯৫৯)
- তাৰকাসুৰৰ যুদ্ধ (ৰঘুকান্ত দেৱ গোস্বামী, ১৯০৮)
- ধনন্তৰী বধ (নাৰায়ণদেৱ, ১৯৪৬)
- ২০২০ ভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ গ্ৰন্থসমূহৰ সম্পূৰ্ণ তালিকা ইয়াত চাওক
- ২০২০ ভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
- মে' মাহত অসমীয়া ৱিকিউৎসত সম্পূৰ্ণ হোৱা অন্যান্য গ্ৰন্থৰ তালিকা:
- বাখৰ (লক্ষ্মীনাথ বেজবৰুৱা, ১৯১৫)
- ভক্তি সাধন বা বৈষ্ণৱামৃত (অনন্ত কন্দলী)
- পাৰিজাত হৰণ ও নৰকাসুৰ বধ (অনন্ত কন্দলী, ১৯০৭)
- ষষম্বেদ (সম্পাদক: বিষ্ণুৰাম দাস, ১৯০৯)