ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধ/প্ৰস্তাৱ

নিৰ্বাচিত প্ৰবন্ধ/জানুৱাৰী ২০১৩ সম্পাদনা কৰক

"ভাৰতীয় ৰেল" প্ৰবন্ধটো কৰিম বুলি ভাবিছোঁ। বাবুল দায়ে অলপ চিকুণাব। আমি সকলোৱে চাই দিম। — গীতাৰ্থ বৰদলৈ (talk) 18:42, 15 জানুৱাৰী 2013 (UTC)

নিৰ্বাচিত প্ৰবন্ধ/আগষ্ট ২০১৩ সম্পাদনা কৰক

নতুন নিৰ্বাচিত প্ৰবন্ধৰ বাছনিৰ বাবে ৰাইজে প্ৰস্তাৱসমূহত চকু ফুৰাবচোন। — গীতাৰ্থ বৰদলৈ (talk) 18:12, 23 জুলাই 2013 (UTC)

সমৰ্থন সম্পাদনা কৰক

দীপাংকৰ চেতিয়া? 05:17, 24 জুলাই 2013 (UTC)

নিৰ্বাচিত প্ৰবন্ধ/ জুন-২০২১ সম্পাদনা কৰক

ৰ'জাৰ ফেডেৰাৰক ফিছাৰ্ড আৰ্টিক'ল হিচাপে বেটুপাতত দিয়াৰ প্ৰস্তাৱ কৰিলো। বাবুল বৈশ্য (বাৰ্তা) 15:35, 13 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

সমৰ্থন সম্পাদনা কৰক

"নিৰ্বাচিত প্ৰবন্ধ/প্ৰস্তাৱ" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।