ৱিকিপিডিয়া বাৰ্তা:ৱিকিপিডিয়া এছিয়ান মাহ ২০২১

Latest comment: 2 বছৰৰ পূৰ্বে by Babulbaishya

প্ৰকল্প পৃষ্ঠাত প্ৰতিযোগিতাখনৰ বিচাৰকৰ নিৰ্ধাৰণ হোৱা নাই বুলি উল্লেখ আছে। সেয়েহে বিচাৰকৰ বাবে SlowPhoton-ৰ নামটো প্ৰস্তাৱ কৰিলোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 06:13, 2 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

পুনৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ। ---Chandan Chiring Phukon Chat 15:18, 13 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
প্ৰস্তাৱটি মই আন্তৰিকতাৰে সমৰ্থন কৰিছোঁ । তেখেত এই পদৰ বাবে যোগ্য ব্যক্তি । Bhaskarjyoti Bhuyan (বাৰ্তা) 13:52, 2 December 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

মই সদস্য অজয় দাসৰ নামটোৱো বিচাৰকৰ বাবে প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ। -Nayan j Nath (বাৰ্তা) 18:53, 2 December 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

SlowPhotonৰ নামটো বিচাৰকৰ বাবে প্ৰস্তাৱ কৰা হৈছিল যদিও তেখেতক প্ৰায় দেৰ-দুমাহ ৱিকিপিডিয়াত নিস্ক্ৰীয় হৈ থকা দেখা গৈছে। ইতিমধ্যে ৱিকিপিডিয়া এছিয়ান মাহ ২০২১ এডিটাথন সমাপ্ত হ'ল যদিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সদস্যসকলৰ প্ৰবন্ধবোৰ আজিৰ দিনটোলৈকে বিচাৰ কৰা হোৱা নাই। সেয়েহে Nayan j Nath-ৰ প্ৰস্থাৱটো সমৰ্থন কৰিছো আৰু আশা কৰিছো @অজয় দাস:-এ যাতে যথাসম্ভৱ সোনকালে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰে। বাবুল বৈশ্য (বাৰ্তা) 15:22, 3 December 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ৱিকিপিডিয়া এছিয়ান মাহ ২০২১" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।