বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)

পৰীক্ষাগাৰ সম্পাদনা কৰক

ইয়াত তুমি পৰীক্ষা নিৰিক্ষা অব্যাহত ৰাখিব পাৰা। সদস্য:Bhaskarjyoti Bhuyan/ভাস্কৰ ভূঞা

বিষ্ণু শইকীয়া 10:58, 13 মে' 2019 (ইউ.টি.চি.)

জীৱনীকাৰ পদক সম্পাদনা কৰক

  জীৱনীকাৰ পদক
শেহতীয়াকৈ আপুনি কেইটামান উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো৷ আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অজয় দাস (বাৰ্তা) 11:12, 21 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ সম্পাদনা কৰক

বহুত ধন্যবাদ | Bhaskarjyoti Bhuyan (talk) 11:26, 21 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

সাহিত্য সৌৰভ পদক সম্পাদনা কৰক

  সাহিত্য সৌৰভ পদক
শেহতীয়াকৈ অসমীয়া সাহিত্যৰ লগত জড়িত ভালেসংখ্যক উল্লেখযোগ্য ব্যক্তি সম্পৰ্কীয় প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে তোমালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো৷ আগলৈও তুমি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ৷ - জলি বৰা (talk) 14:13, 27 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক


প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ সম্পাদনা কৰক

  ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:11, 21 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

জীৱনীকাৰ পদক সম্পাদনা কৰক

  জীৱনীকাৰ পদক
"পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে,তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে৷ লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ,জন্ম ল'লো ইয়াতেই ইয়াতেই যেন মৰোঁ৷"-ড০ ভূপেন হাজৰিকা

মৰমৰ ভাস্কৰ,বহুকেইগৰাকী বিশিষ্ট অসমীয়াৰ জীৱনীমূলক প্ৰবন্ধসৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে তোলৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও যাতে একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই থাক ৷--ঈশান জ্যোতি বৰা (talk) 09:59, 22 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপনৰ প্ৰস্তাৱ সম্পাদনা কৰক

নমস্কাৰ, আপুনি সৃষ্টি কৰা কাঠনিবাৰী ঘাট, জ্ঞান-মালিনী, নতুন কবিতা, অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ, সঞ্চয়ন, আলী হাইদৰ আৰু তপত দিন দীঘল ৰাতি নামৰ প্ৰবন্ধ কেইটা বিলোপনৰ বাবে প্ৰস্তাৱ কৰিছে। গতিকে এই প্ৰবন্ধকেইটা বিলোপ নকৰিবলৈ প্ৰবন্ধ কেইটা দীঘল কৰি আৰু তথ্যসুত্ৰ যোগ কৰি বিশ্বকোষৰ মানলৈ উন্নীত কৰিবলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 16:10, 12 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients সম্পাদনা কৰক

 
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি শতক+ পদক সম্পাদনা কৰক

  ৱিকি শতক+ পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
সু-হৃদ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!-- Nayan j Nath (বাৰ্তা) 05:05, 30 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় BhuyanBhaskar,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় BhuyanBhaskar,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:27, 17 November 2021 (ইউ.টি.চি.)

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

ৱিকি সজাগতা পদক সম্পাদনা কৰক

 
ৱিকি সজাগতা পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ আগষ্ট মাহত অসমীয়া ৱিকিপিডিয়াক বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ মাজলৈ আগুৱাই নিবৰ বাবে ৱিকিপিডিয়াত প্ৰবন্ধ লেখন সম্পৰ্কীয় প্ৰশিক্ষণত সমল ব্যক্তি অংশগ্ৰহণ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক সম্পাদনা কৰক

 
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

এছিয়ান মাহৰ সহযোগী সম্পাদনা কৰক

  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪ সম্পাদনা কৰক

প্রিয় BhuyanBhaskar,

আশাকৰোঁ কুশলে আছে৷ এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন৷ অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক৷ আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা৷ (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব৷
ধন্যবাদ৷

Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক সম্পাদনা কৰক

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
 
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - দিব্য দত্ত (বাৰ্তা) 11:05, 19 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক