অদাহ্য (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ
(Adajyaৰ পৰা পুনঃনিৰ্দেশিত)
অদাহ্য (ইংৰাজী: Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত[1] সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
অদাহ্য | |
---|---|
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট | |
পৰিচালক | সান্ত্বনা বৰদলৈ |
প্ৰযোজক | ডা° সান্ত্বনা বৰদলৈ |
অভিনয়ত | টম আল্টাৰ তৃষ্ণা শইকীয়া |
চিত্ৰগ্ৰহণকাৰী | মৃণাল কান্তি দাস |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | শ্বেৰ চৌধুৰী |
মুক্তি |
১৯৯৬ |
দৈৰ্ঘ্য |
৯৩ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনী
সম্পাদনা কৰকচলচ্চিত্ৰখনৰ কাহিনী ১৯৪০ চনৰ অসমৰ পৰিস্থিতিৰ ওপৰত[2]। তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি নিয়মবোৰৰ মাজেদি কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে সেয়া বৰ্ণনা কৰা হৈছে।
অভিনয়ত
সম্পাদনা কৰক- টম অল্টাৰ (মাৰ্ক চাহাব)
- তৃষা শইকীয়া (গিৰিবালা)
- বিষ্ণু খাৰঘৰীয়া
- ত্ৰিবেণী বৰা
- ভগীৰথী
- চেতনা দাস
- ইন্দিৰা দাস
- মিণ্টু বৰুৱা
- নীলু চক্ৰৱৰ্তী
বঁটা/স্বীকৃতি
সম্পাদনা কৰক- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
- বিচাৰকৰ বিশেষ বঁটা (১৯৯৭) [3]
- অৰবিন্দন বঁটা, ১৯৯৬ [4]
- এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা মহিলা পৰিচালক হিচাপে ড॰ সান্ত্বনা বৰদলৈ "Silver Peacock" বঁটা (১৯৯৭)[4]
- চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসলৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা", ১৯৯৭[4]
- 'অদাহ্য' কথাছবিৰ বাবে শ্বেৰ চৌধুৰীলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭[5]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Delhi to host first festival of films from Assam, ৱেবছাইট: indiaglitz.com, আহৰণ: ১৪-১০-২০১২
- ↑ Santwana Bardoloi Filmography Archived 2012-06-26 at the Wayback Machine at chaosmag.in
- ↑ IFFI '98, Some bright spots, ফ্ৰণ্টলাইন আলোচনী, আহৰণ: ১৪-১০-২০১২
- ↑ 4.0 4.1 4.2 Assam Film Awards Archived 2016-03-04 at the Wayback Machine at joiaaiaxom, আহৰণ: ১৪-১০-২০১২
- ↑ প্ৰমোদ শৰ্মা, মাণিক ৰায়; নি:সংগতা, অলপ মনোবেদনা আৰু সংগীত পৰিচালক শ্বেৰ চৌধুৰী; বহুমুখ, 'আমাৰ অসম' কাকতৰ বুধবৰীয়া বিশেষ প্ৰকাশ, ২৩ মে', ২০১২
বাহ্যিক সংযোগ
সম্পাদনা কৰক- অদাহ্য (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Adajya (1998) at ovguide.com.
- The Hills Have Eyes at outlookindia.com.
- Embers from the East[সংযোগবিহীন উৎস], at hindu.com