বৰপেটা (লোকসভা সমষ্টি)
(Barpeta Lok Sabha constituencyৰ পৰা পুনঃনিৰ্দেশিত)
বৰপেটা লোকসভা সমষ্টি (ইংৰাজী: Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
সম্পাদনা কৰকলোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]
সমষ্টিৰ ক্ৰমিক নং | সমষ্টিৰ নাম | (অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিত | জিলা | ভোটাৰ (২০১১)[2] |
---|---|---|---|---|
৩২ | বঙাইগাঁও বিধানসভা সমষ্টি | নহয় | বঙাইগাঁও | ১৪৪,৪৮৪ |
৩৪ | অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি | নহয় | বঙাইগাঁও | ১২৫,৩০৪ |
৩৫ | অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি | অনুসূচিত জাতি | বঙাইগাঁও | ১৪৫,৯২৫ |
৪২ | পাটছাৰকুছি বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১২৪,৯৯৩ |
৪৩ | বৰপেটা বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৫৪,৩৪৩ |
৪৪ | জনিয়া বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৩৬,৯৩৯ |
৪৫ | বাঘবাৰ বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১০৮,০৭৬ |
৪৬ | সৰুক্ষেত্ৰী বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৪৯,৫৪৭ |
৪৭ | চেঙা বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১০৫,৪৮২ |
৬১ | ধৰ্মপুৰ বিধানসভা সমষ্টি | নহয় | নলবাৰী | ১২৭,০০৫ |
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | বেলি ৰাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৬২ | ৰেণুকা দেৱী বৰকটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৬৭ | ফকৰুদ্দিন আলি আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৭১ | ফকৰুদ্দিন আলি আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৭৭ | ইছমাইল হুচেইন খান | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৯১ | উদ্ধৱ বৰ্মন | কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া |
৭ | ১৯৯৬ | উদ্ধৱ বৰ্মন | কমিউনিষ্ট পাৰ্টী |
৮ | ১৯৯৮ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৯ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ২০০৪ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ২০০৯ | ইছমাইল হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০১৪ | চিৰাজুদ্দিন আজমল[3] | এ আই ইউ ডি এফ |
১৩ | ২০১৯ | আব্দুল খালেক | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "General Election to Assam Legislative Assembly, 2011 - Male, Female wise breakup of General Elector, Service Elector & Polling Stations in each Assembly Constituency". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/GE/AE-2011/Gen_Elector-%20Ser_Electora%20with%20PS-1st%20&%202nd%20Phase.pdf.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232600/http://eciresults.nic.in/ConstituencywiseS036.htm?ac=6। আহৰণ কৰা হৈছে: 7 জুন 2014.