কৰিমগঞ্জ (লোকসভা সমষ্টি)
(Karimganj (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)
কৰিমগঞ্জ লোকসভা সমষ্টি (ইংৰাজী: Karimganj Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
AS-7 | |
---|---|
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
সমষ্টি নং | ৬ |
প্ৰতিস্থা | ১৯৫২ |
মুঠ ভোটাৰ | ১১,৬৫,৯৯৭ |
সংৰক্ষণ | নাই |
কৃপানাথ মল্ল | |
দল | ভাৰতীয় জনতা পাৰ্টি |
নিৰ্বাচিত বছৰ | ২০২৪ |
বিধানসভাৰ সমষ্টিসমূহ
সম্পাদনা কৰককৰিমগঞ্জ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
---|---|---|---|
১ | ১, ৰাতাবাৰী বিধানসভা সমষ্টি | অনুসূচিত জাতি | কৰিমগঞ্জ |
২ | ২, পাথাৰকান্দি বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
৩ | ৩, কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
৪ | ৪, কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
৫ | ৫, বদৰপুৰ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
৬ | ৬, হাইলাকান্দি বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
৭ | ৭, কাটলিচেৰা বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
৮ | ৮, আলগাপুৰ বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকআৰম্ভণিৰেপৰা বৰ্তমানলৈ কৰিমগঞ্জ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৬২ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৬৭ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৭১ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৭৭ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫ | ১৯৮০ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ (ই) |
৬ | ১৯৮৫ | সুদৰ্শন দাস | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) |
৭ | ১৯৯১ | দ্বাৰকা নাথ দাস | ভাৰতীয় জনতা পাৰ্টি |
৮ | ১৯৯৬ | দ্বাৰকা নাথ দাস | ভাৰতীয় জনতা পাৰ্টি |
৯ | ১৯৯৮ | নেপাল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৯ | নেপাল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ২০০৪ | ললিত মোহন শুক্লবৈদ্য | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৯ | ললিত মোহন শুক্লবৈদ্য | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩ | ২০১৪ | ৰাধেশ্যাম বিশ্বাস [3] | এ আই ইউ ডি এফ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ http://164.100.47.132/LssNew/members/lokprev.aspx
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232509/http://eciresults.nic.in/ConstituencywiseS031.htm?ac=1। আহৰণ কৰা হৈছে: 7 জুন 2014.