অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা

লেখক কিতাপৰ নাম প্ৰকাশৰ চন
দেবেন্দ্ৰ নাথ বেজবৰুৱা অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী ১৯১২
হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যৰ চানেকী ১৯২৯
ডিম্বেশ্বৰ নেওগ আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী[1] ১৯৩৭
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি[1] ১৯৪০
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জী (চমু)[1] ১৯৪৭
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ বুৰঞ্জী (বহল)[1] ১৯৫৬
ডিম্বেশ্বৰ নেওগ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ১৯৬৭
ডিম্বেশ্বৰ নেওগ New light on the history of Asamiya literature ১৯৬২
দেৱেশ্বৰ চলিহা Origin and Growth of the Assamese Language and Literature ১৯৪৯
বিৰিঞ্চি কুমাৰ বৰুৱা Assamese Literature ১৯৪১
বিৰিঞ্চি কুমাৰ বৰুৱা Studies in early Assamese Literature ১৯৫২
বিৰিঞ্চি কুমাৰ বৰুৱা Modern Assamese Literature ১৯৫৭
বিৰিঞ্চি কুমাৰ বৰুৱা History of Assamese Literature ১৯৬৪
মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ ৰূপৰেখা ১৯৬২-৬৩
সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া সাহিত্যৰ ইতিবৃত্ত ১৯৫৯
সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ১৯৮১
যতীন্দ্ৰ নাথ গোস্বামী অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী ১৯৫৭
হেমন্ত কুমাৰ শৰ্মা অসমীয়া সাহিত্যত দৃষ্টিপাত ১৯৬১
হেম বৰুবা অসমীয়া সাহিত্য ১৯৭০
আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা অসমীয়া সাহিত্যৰ বুৰঞ্জী (ছটা খণ্ড)
প্ৰথম খণ্ড, মুখ্য সম্পা. : শোভা ব্ৰহ্ম, সাধাৰণ সম্পাদক : বিশ্বেশ্বৰ হাজৰিকা ২০০৩
দ্বিতীয় খণ্ড, সম্পাদক : শিৱনাথ বৰ্মন ১৯৯৭
তৃতীয় খণ্ড সাধাৰণ সম্পাদক : অশোক কুমাৰ গোস্বামী আৰু সম্পাদক : বাণীকান্ত শৰ্মা ২০১৭
পঞ্চম খণ্ড সম্পাদক : ৰঞ্জিত কুমাৰ দেৱগোস্বামী ২০১৫
ষষ্ঠ খণ্ড, সম্পাদক : হোমেন বৰগোহাঞি ১৯৯৩
হৰিনাথ শৰ্মাদলৈ অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস ২০০০

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 নেওগ, ডিম্বেশ্বৰ. আগকথা, নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: শুৱনি প্ৰকাশ.