লেখক |
কিতাপৰ নাম |
প্ৰকাশৰ চন
|
দেবেন্দ্ৰ নাথ বেজবৰুৱা |
অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী |
১৯১২
|
হেমচন্দ্ৰ গোস্বামী |
অসমীয়া সাহিত্যৰ চানেকী |
১৯২৯
|
ডিম্বেশ্বৰ নেওগ |
আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী[1] |
১৯৩৭
|
ডিম্বেশ্বৰ নেওগ |
অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি[1] |
১৯৪০
|
ডিম্বেশ্বৰ নেওগ |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (চমু)[1] |
১৯৪৭
|
ডিম্বেশ্বৰ নেওগ |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (বহল)[1] |
১৯৫৬
|
ডিম্বেশ্বৰ নেওগ |
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী |
১৯৬৭
|
ডিম্বেশ্বৰ নেওগ |
New light on the history of Asamiya literature |
১৯৬২
|
দেৱেশ্বৰ চলিহা |
Origin and Growth of the Assamese Language and Literature |
১৯৪৯
|
বিৰিঞ্চি কুমাৰ বৰুৱা |
Assamese Literature |
১৯৪১
|
বিৰিঞ্চি কুমাৰ বৰুৱা |
Studies in early Assamese Literature |
১৯৫২
|
বিৰিঞ্চি কুমাৰ বৰুৱা |
Modern Assamese Literature |
১৯৫৭
|
বিৰিঞ্চি কুমাৰ বৰুৱা |
History of Assamese Literature |
১৯৬৪
|
মহেশ্বৰ নেওগ |
অসমীয়া সাহিত্যৰ ৰূপৰেখা |
১৯৬২-৬৩
|
সত্যেন্দ্ৰ নাথ শৰ্মা |
অসমীয়া সাহিত্যৰ ইতিবৃত্ত |
১৯৫৯
|
সত্যেন্দ্ৰ নাথ শৰ্মা |
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত |
১৯৮১
|
যতীন্দ্ৰ নাথ গোস্বামী |
অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী |
১৯৫৭
|
হেমন্ত কুমাৰ শৰ্মা |
অসমীয়া সাহিত্যত দৃষ্টিপাত |
১৯৬১
|
হেম বৰুবা |
অসমীয়া সাহিত্য |
১৯৭০
|
আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (ছটা খণ্ড) |
|
|
প্ৰথম খণ্ড, মুখ্য সম্পা. : শোভা ব্ৰহ্ম, সাধাৰণ সম্পাদক : বিশ্বেশ্বৰ হাজৰিকা |
২০০৩
|
|
দ্বিতীয় খণ্ড, সম্পাদক : শিৱনাথ বৰ্মন |
১৯৯৭
|
|
তৃতীয় খণ্ড সাধাৰণ সম্পাদক : অশোক কুমাৰ গোস্বামী আৰু সম্পাদক : বাণীকান্ত শৰ্মা |
২০১৭
|
|
পঞ্চম খণ্ড সম্পাদক : ৰঞ্জিত কুমাৰ দেৱগোস্বামী |
২০১৫
|
|
ষষ্ঠ খণ্ড, সম্পাদক : হোমেন বৰগোহাঞি |
১৯৯৩
|
হৰিনাথ শৰ্মাদলৈ |
অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস |
২০০০
|