আয়েশা টাকিয়া

ভাৰতীয় অভিনেত্ৰী

আয়েশা টাকিয়া (ইংৰাজী: Ayesha Takia; জন্ম ১০ এপ্ৰিল ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত 'কমপ্লান'ৰ বিজ্ঞাপন[1] আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে[2] ধৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে। এইখন বোলছবিৰ বাবে তেওঁ ২০০৪ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।[3] তেওঁৰ আন উল্লেখযোগ্য বোলছবিসমূহ হ'ল দ'ৰ (২০০৬), চলাম-এ-ইস্ক (২০০৭) আৰু ৱাণ্টেড (২০০৯)। ৱাণ্টেড হৈছে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেছি বাণিজ্যিকভাৱে সফল বোলছবি।[4]

আয়েশা টাকিয়া আজমী

২০১৪ চনৰ এক ৰেম্পত আয়েশা
জন্ম আয়েশা টাকিয়া
১০ এপ্ৰিল, ১৯৮৬ (৩৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী, মডেল, দূৰদৰ্শন ঘোষিকা
সক্ৰিয় হৈ থকা সময় ২০০৪ – বৰ্তমান
দাম্পত্যসঙ্গী ফাৰহান আজমী (২০০৯ – বৰ্তমান)
সন্তান মিকেইল আজমী (জন্ম ২০১৩)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

গুজৰাটী নৃগোষ্ঠীৰ আয়েশা টাকিয়াৰ জন্ম হয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত, তেওঁৰ পিতৃ হিন্দু আৰু মাতৃ মুসলিম আছিল।[5] তেওঁ এগৰাকী কেথলিক, চেম্বুৰৰ চেণ্ট এণ্ঠনী বালিকা উচ্চ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল।[6] ২০০৯ চনৰ ১ মাৰ্চত সমাজবাদী পাৰ্টিৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ সৈতে তেওঁৰ বিয়া হয়।[7] স্বামী ফাৰহান আজমীৰ সৈতে তেওঁ এটি সন্তানৰ মাতৃ।[8][9]

চলচ্চিত্ৰ পুৰস্কাৰ সম্পাদনা কৰক

বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ পুৰস্কাৰ
২০০৪ টাৰজান: দ্য ৱণ্ডাৰ কাৰ প্ৰিয়া ৰাকেশ কাপুৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ IIFA বঁটা
ষ্টাৰ্চ চবচে ফেৱৰিট নয়ী হিৰ'ইন
মনোনয়ন — প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা
মনোনয়ন— শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা
২০০৪ দিল মাংগে ম'ৰ চগুণ মনোনয়ন— প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা
মনোনয়ন- শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা
২০০৫ চুপাৰ চিৰি ৱল্লি মনোনয়ন— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা - তেলুগু
২০০৬ ড’ৰ মীৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা (সমালোচকৰ বঁটা)
জী চিনে বঁটা - সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী
শ্ৰেষ্ঠ অভিনেত্ৰী - বেংগল ফিল্ম জৰ্ণেলিষ্টচ এচ'চিয়েচন
ষ্টাৰদাষ্ট শ্ৰেষ্ঠ সহ অভিনেত্ৰী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Top 10 advertisements of all time". Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/top-10/Complan-ad-with-Shahid-Kapoor-and-Ayesha-Takia/photostory/29820544.cms। আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015. 
  2. "Ayesha Takia & Petty beauty in Falguni Pathak`s music album". Sulekha. http://movies.sulekha.com/ayesha-takia_actor-news-article_ayesha-takia-petty-beauty-in-falguni-pathak-s-music-album। আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015. 
  3. "Ayesha Takia, Bollywood Actress". India Net Zone. http://www.indianetzone.com/14/bollywood_actress_ayesha_takia.htm। আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015. 
  4. "Box Office India 2009". Archived from the original on 2012-07-12. https://archive.ph/20120712140351/boxofficeindia.com/npages.php?page=shownews&articleid=1146&nCat=news। আহৰণ কৰা হৈছে: 2015-03-18. 
  5. Darshan, Khullar (25 February 2014). "Part II: Hindu Husbands and Muslim Wives". Pakistan: Our Difficult Neighbour and India's Islamic Dimensions. Vij Books India Pvt Ltd, 30 September 2014. পৃষ্ঠা. 106. ISBN 9789382652823. https://books.google.com/books?id=3QmqCQAAQBAJ&pg=PA106। আহৰণ কৰা হৈছে: 25 January 2018. 
  6. Guhal, Kunal (28 January 2017). "Small talk with Ayesha Takia - Green Dame". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Small-talk-with-Ayesha-Takia-Green-Dame/articleshow/52276788.cms। আহৰণ কৰা হৈছে: 25 January 2018. 
  7. "When Ayesha Takia was called insane for marrying Farhan Azmi at 23" (en ভাষাত). India Today. Ist. https://www.indiatoday.in/movies/celebrities/story/ayesha-takia-farhan-azmi-1208800-2018-04-10. 
  8. "Ayesha Takia delivers a baby boy named Michael Azmi". Hindustan Times. Archived from the original on 12 October 2020. https://web.archive.org/web/20201012005243/https://www.hindustantimes.com/bollywood/ayesha-takia-delivers-a-baby-boy/story-2Y8oZSAkO0Of2hT6yTIkAM.html। আহৰণ কৰা হৈছে: 29 June 2015. 
  9. Press, Alive Caravan, Delhi. "Ayesha Takia's son is the cutest thing you'll see today". The Caravan. Archived from the original on 14 April 2017. https://web.archive.org/web/20170414192822/http://www.caravanalive.com/bollywood/ayesha-takia-s-son-is-the-cutest-thing-you-ll-see-today-17567.html। আহৰণ কৰা হৈছে: 21 April 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক