১০ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২২ |
১০ এপ্ৰিল (ইংৰাজী: 10 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০০তম (অধিবৰ্ষত ১০১তম) দিন। বছৰ শেষ হ'বলৈ ২৬৫ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ২০১৬ - কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল।
জন্মসম্পাদনা কৰক
- ১৯৪০ - ইভা আচাও, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ১৪ জুন, ১৯৮৮)
- ১৯৮৬ - আয়েশা টাকিয়া, বলিউডৰ অভিনেত্ৰী।
মৃত্যুসম্পাদনা কৰক
- ১৯৯৫ - মোৰাৰজী দেশাই, ভাৰতৰ ষষ্ঠ প্ৰধান মন্ত্ৰী।
- ২০১৭ - প্ৰদীপ শইকীয়া, অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক আৰু ঔপন্যাসিক। (জন্ম: ১৪ ছেপ্টেম্বৰ, ১৯৩৬)
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১০ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |