আহোম ভাষাত ঠাইৰ নামৰ তালিকা

আহোম ভাষাৰ পৰা উৎপত্তি হোৱা ঠাইবোৰৰ নাম তলত দিয়া হৈছে:[1]

ক্ৰমিক নং ঠাইৰ নাম মূল আহোম শব্দ বা অৰ্থ
পাটকাই প্যাত কাই
টিৰাপ তি ৰাপ (তি মানে ঠাই, ৰাপ মানে লগলগোৱা)
নামৰূপ নাম ৰুকৰ পৰা অপভ্ৰংশ
টিপাম তি পাম
টিপং তি পং
মাকুম মাকুম
টিংখঙ টিঙ খাঙ
টুংখাঙ টুঙ খাঙ
টিপ্লিঙ টিপ্লিঙ
১০ চামদাং চামদাং
১১ নামদাং নামদাং
১২ পাৱৈ পাৱাই
১৩ টিকক তি কক
১৪ টিংৰাই তিঙ ৰাই
১৫ লিডু লিডু
১৬ চেপন চেপন
১৭ নামচাং নামচাং
১৮ নামখুন নামখুন
১৯ মকক চাং মকক চাং
২০ টুৱেন চাং টিৱেন চাং
২১ চৰাইদেও চেৰাইডয় (চাওলুং চুকাফাই স্থাপন কৰা মুখ্য ৰাজধানী আছিল)
২২ চন্তক চং তকৰ অপভ্ৰংশ
২৩ টিফুক টিফুক
২৪ নামফুক নামফুক
২৫ চফ্ৰাই থমফ্ৰাইৰ অপভ্ৰংশ
২৬ নাজিৰা নাজিৰা
২৭ ৰাওনা ৰাওনা
২৮ টিয়ক টিয়ক
২৯ দুকলোঙিয়া ডয় ক্লঙৰ অপভ্ৰংশ
৩০ খুমটাই খুমটাই
৩১ কলং ক্লঙৰ অপভ্ৰংশ
৩২ লালুক লা ৰুকৰ অপভ্ৰংশ
৩৩ টংলা টংলা
৩৪ চিলা চিলা
৩৫ চাংচাৰি (আহোম যুগৰ চিকিৎসালয় থকা ঠাই)
৩৬ টিহু টিহু
৩৭ নামনাত্তাৰি নামনাত্তাৰি
৩৮ নামলাই নামলাই
৩৯ নামচিক নামচিক
৪০ খোৱাং খোৱাং
৪১ লেঙেৰী লেঞৰি (লেঞ মানে খেদি যোৱা, ৰি মানে আগভেটি বাদানুবাদ কৰা)
৪২ পেঙেৰী পেঞেৰি (পেঞ মানে হাত সৰা, ৰি মানে আগভেটি বিবাদ কৰা)
৪৩ লেংৰাই (লেং মানে এক, ৰাই মানে ওখ ঠাই)

লগতে চাওক সম্পাদনা কৰক

তথ্যউৎস সম্পাদনা কৰক

  1. বৰুৱা, বি.; দেওধাই ফুকন, এন.এন. (১৯৬৪) ( আহোম ভাষাত). Ahom lexicon based on original Tai Manuscripts. Department of Historical and antiquarian studies in Assam Gauhati.