ঈশ্বৰ প্ৰসন্ন হাজৰিকা
ঈশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়া। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৯৬ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল।[1][2][3]
ঈশ্বৰ প্ৰসন্ন হাজৰিকা | |
---|---|
লোক সভাৰ সদস্য, | |
কাৰ্যকাল ১৯৯৬ – ১৯৯৮ | |
পূৰ্বসূৰী | স্বৰূপ উপাধ্যায় |
উত্তৰসূৰী | মণি কুমাৰ চুব্বা |
সমষ্টি | তেজপুৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ২২ জানুৱাৰী, ১৯৩৭ (৮৭ বছৰ) উত্তৰ লখিমপুৰ, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ছায়া হাজৰিকা |
বাসস্থান | নয়ডা, উত্তৰ প্ৰদেশ |
জীৱনী
সম্পাদনা কৰকঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ জন্ম ১৯৩৭ চনত উত্তৰ লখিমপুৰত হৈছিল। তেওঁৰ পিতৃ তীৰ্থেশ্বৰ হাজৰিকা এগৰাকী আইনজ্ঞ আছিল আৰু তেওঁৰ মাতৃ আছিল মোক্ষদা দেৱী।[4] দুয়ো ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় আছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত শিক্ষা লাভ কৰা[5] হাজৰিকাদেৱ পাছলৈ ভাৰতীয় ৰাজস্ব সেৱাৰ বিষয়া হ'ল। তদুপৰি, তেওঁ এন টি পি চি, এম এম টি চি, এছ টি চি আদি ৰাজহুৱা খণ্ডৰ কোম্পানীৰ সঞ্চালকৰ ভূমিকাও গ্ৰহণ কৰিছিল।[5][6][7]
১৯৯৬ চনত তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
- ↑ India. Parliament. Lok Sabha (1997). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 85. https://books.google.com/books?id=xLFXAAAAMAAJ। আহৰণ কৰা হৈছে: 24 December 2020.
- ↑ India. Parliament. Lok Sabha (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃষ্ঠা. 186. https://books.google.com/books?id=ZLZVAAAAYAAJ। আহৰণ কৰা হৈছে: 24 December 2020.
- ↑ Election Commission of India; India. Parliament. Lok Sabha (1996). Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha: Detailed results. Election Commission of India. পৃষ্ঠা. 45. https://books.google.com/books?id=W0KNAAAAMAAJ। আহৰণ কৰা হৈছে: 24 December 2020.
- ↑ Kalra, Siddhant (18 August 2017). "“Assam Still Remains Isolated,” Rues 80-Year-Old Freedom Fighter". The Quint. https://www.thequint.com/voices/blogs/80-year-old-freedom-fighter-sad-about-isolation-of-assam-in-some-other-parts-of-the-country#read-more। আহৰণ কৰা হৈছে: 30 September 2021.
- ↑ 5.0 5.1 "Biographical Sketch, Member of Parliament, XI Lok Sabha, Hazarika Shri Ishwar Prasanna". Official Website of the Lok Sabha. http://loksabhaph.nic.in/writereaddata/biodata_1_12/3687.htm। আহৰণ কৰা হৈছে: 30 September 2021.
- ↑ "Ishwar Prasanna". Assamese at Delhi/ NCR. https://aad.assam.org/content/iswar-prasanna.
- ↑ Neog, Dilip Kumar (2014). A Voice for Assam in Parliament. প্ৰকাশক Guwahati: Rainbow Publications. পৃষ্ঠা. iii-iv. ISBN 978-93-82624-94-3.