ঈশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়া। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৯৬ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল।[1][2][3]

ঈশ্বৰ প্ৰসন্ন হাজৰিকা
লোক সভাৰ সদস্য,
কাৰ্যকাল
১৯৯৬ – ১৯৯৮
পূৰ্বসূৰী স্বৰূপ উপাধ্যায়
উত্তৰসূৰী মণি কুমাৰ চুব্বা
সমষ্টি তেজপুৰ
ব্যক্তিগত তথ্য
জন্ম ২২ জানুৱাৰী, ১৯৩৭ (৮৭ বছৰ)
উত্তৰ লখিমপুৰ, অসম
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ছায়া হাজৰিকা
বাসস্থান নয়ডা, উত্তৰ প্ৰদেশ

জীৱনী সম্পাদনা কৰক

ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ জন্ম ১৯৩৭ চনত উত্তৰ লখিমপুৰত হৈছিল। তেওঁৰ পিতৃ তীৰ্থেশ্বৰ হাজৰিকা এগৰাকী আইনজ্ঞ আছিল আৰু তেওঁৰ মাতৃ আছিল মোক্ষদা দেৱী।[4] দুয়ো ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় আছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত শিক্ষা লাভ কৰা[5] হাজৰিকাদেৱ পাছলৈ ভাৰতীয় ৰাজস্ব সেৱাৰ বিষয়া হ'ল। তদুপৰি, তেওঁ এন টি পি চি, এম এম টি চি, এছ টি চি আদি ৰাজহুৱা খণ্ডৰ কোম্পানীৰ সঞ্চালকৰ ভূমিকাও গ্ৰহণ কৰিছিল।[5][6][7]

১৯৯৬ চনত তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

 

  1. India. Parliament. Lok Sabha (1997). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 85. https://books.google.com/books?id=xLFXAAAAMAAJ। আহৰণ কৰা হৈছে: 24 December 2020. 
  2. India. Parliament. Lok Sabha (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃষ্ঠা. 186. https://books.google.com/books?id=ZLZVAAAAYAAJ। আহৰণ কৰা হৈছে: 24 December 2020. 
  3. Election Commission of India; India. Parliament. Lok Sabha (1996). Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha: Detailed results. Election Commission of India. পৃষ্ঠা. 45. https://books.google.com/books?id=W0KNAAAAMAAJ। আহৰণ কৰা হৈছে: 24 December 2020. 
  4. Kalra, Siddhant (18 August 2017). "“Assam Still Remains Isolated,” Rues 80-Year-Old Freedom Fighter". The Quint. https://www.thequint.com/voices/blogs/80-year-old-freedom-fighter-sad-about-isolation-of-assam-in-some-other-parts-of-the-country#read-more। আহৰণ কৰা হৈছে: 30 September 2021. 
  5. 5.0 5.1 "Biographical Sketch, Member of Parliament, XI Lok Sabha, Hazarika Shri Ishwar Prasanna". Official Website of the Lok Sabha. http://loksabhaph.nic.in/writereaddata/biodata_1_12/3687.htm। আহৰণ কৰা হৈছে: 30 September 2021. 
  6. "Ishwar Prasanna". Assamese at Delhi/ NCR. https://aad.assam.org/content/iswar-prasanna. 
  7. Neog, Dilip Kumar (2014). A Voice for Assam in Parliament. প্ৰকাশক Guwahati: Rainbow Publications. পৃষ্ঠা. iii-iv. ISBN 978-93-82624-94-3.