মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ। ১২০০ তকৈয়ো বেছি সৰু সৰু দ্বীপেৰে মালদ্বীপ গঠিত।

মালদ্বীপ প্ৰজাতন্ত্ৰ
ދިވެހިރާއްޖޭގެ ޖުމުހޫރިއްޔާ
ৰাষ্ট্ৰীয় সঙ্গীত
ক্যোৱামি চালাম
National Salute

মালদ্বীপ-ৰ অৱস্থান
ভাৰত মহাসাগৰত অৱস্থান
ৰাজধানীমালে
4°10′N 73°30′E / 4.167°N 73.5°E / 4.167; 73.5
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) দিভেহি
জনগোষ্ঠীসমূহ (২০১১) ১০০% মালদ্বীপিয়ানa[1][2][3]
জাতীয়তাসূচক বিশেষণ মালদ্বীপিয়ান
চৰকাৰ গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি আব্দুল্লাহ ইয়ামিন আব্দুল গাইয়ুম
স্বাধীনতা
 -  যুক্তৰাজ্যৰ পৰা ২৬ জুলাই ১৯৬৫ 
মাটিকালি
 -  মুঠ ২৯৮'"`UNIQ--ref-০০০০০০০৩-QINU`"' বৰ্গ কিমি (২০৬তম)
১১৫ বৰ্গ মাইল 
 -  জলভাগ (%) নগণ্য
জনসংখ্যা
 -  জুলাই ২০১৩ আনুমানিক ৩,৯৩,৫০০'"`UNIQ--ref-০০০০০০০৪-QINU`"' (১৭৫তম)
 -  ২০০৬ লোকপিয়ল ২,৯৮,৮৪২ [1] 
 -  ঘনত্ব ১,১০২ প্ৰতি বৰ্গকিমি (১১ম)
২,৮৫৫ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১১ আনুমানিক
 -  মুঠ $২.৮৪১ বিলিয়ন (১৬২তম)
 -  জনমুৰি $৭,৬৭৫ (৭৯তম)
মানৱ উন্নয়ন সূচক (২০০৪) decrease ০.৭৩৯ (মধ্যম) (৯৮তম)
মুদ্ৰা ৰূফিয়া (MVR)
সময় অঞ্চল (ইউটিচি+৫)
ইণ্টাৰনেট টিএলডি .mv
কলিং ক'ড ++৯৬০
1 স্থানবোৰ ৰাষ্ট্ৰসংঘয়ে ২০০৫ চনৰ বাবে নিৰূপণ কৰা

মালদ্বীপ নাম সম্ভৱতঃ "মালে দিভেহী ৰাজ্য"ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ হল মালে অধিকৃত দ্বীপ ৰাষ্ট্ৰ। কিছুমানৰ মতে সংস্কৃত 'মালা দ্বীপা' অৰ্থ দ্বীপ-মাল্য বা 'মহিলা দ্বীপা' অৰ্থ নাৰীসকলৰ দ্বীপৰ পৰা মালদ্বীপ নাম উদ্ভৱ হৈছে। কিন্তু প্ৰাচীন সংস্কৃতত এনেকুৱা কোনো অঞ্চলৰ উল্লেখ পোৱা নাযায়। কিন্তু প্ৰাচীন সংস্কৃতত লক্ষদ্বীপ নামৰ এক অঞ্চলৰ উল্লেখ আছে। লক্ষদ্বীপ বুলিলে মালদ্বীপৰ বাহিৰে লাক্ষাদ্বীপ পুঞ্জ অথবা চাগচ দ্বীপপুঞ্জকো বুজাবলৈ পাৰে। আন এটি মতবাদ হল তামিল ভাষাত 'মালা তিভু' অৰ্থ দ্বীপমাল্যৰ পৰা মালদ্বীপ নামটো উদ্ভৱ হৈছে।

মধ্যযুগত ইবন বটুতা আৰু অন্যান্য আৰৱ পৰ্যটকসকলে এই অঞ্চলক 'মহাল দিবিয়াত' নামে উল্লেখ কৰিছে। আৰৱীত মহালৰ অৰ্থ প্ৰসাদ। বৰ্তমান এই নামটি মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতীকত লিখা হৈছে।

নামকৰণসম্পাদনা কৰক

অৱস্থানসম্পাদনা কৰক

শ্ৰীলংকাৰ পৰা আনুমানিক ৪০০ মাইল দক্ষিণ-পশ্চিমে ১০১০টা প্ৰৱাল দ্বীপেৰে মালদ্বীপ গঠিত।

ইতিহাসসম্পাদনা কৰক

ৰাজনীতিসম্পাদনা কৰক

প্ৰশাসনিক অঞ্চলসমূহৰসম্পাদনা কৰক

প্ৰতিৰক্ষা ব্যৱস্থাসম্পাদনা কৰক

অৰ্থনীতিসম্পাদনা কৰক

জনসংখ্যাসম্পাদনা কৰক

মালদীপৰ জনসংখ্যা প্ৰায় তিনি লক্ষ। শতকৰা ১০০ ভাগ মুছলমান লোকে তাত বসবাস কৰে।[6]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Levinson, David (1947). Ethnic groups worldwide: a ready reference handbook. Oryx Publishers. ISBN 978-1-57356-019-1. http://books.google.mv/books?id=uwi-rv3VV6cC&q=maldives. 
  2. Maloney, Clarence. "Maldives People". International Institute for Asian Studies. http://www.iias.nl/iiasn/iiasn5/insouasi/maloney.html। আহৰণ কৰা হৈছে: 22 June 2008. 
  3. "Maldives Enthongraphy". Maldives-ethnography.com. http://www.maldives-ethnography.com/। আহৰণ কৰা হৈছে: 30 June 2010. 
  4. "FIELD LISTING :: AREA". CIA World FactbookCIA World Factbook. https://www.cia.gov/library/publications/the-world-factbook/fields/2147.html। আহৰণ কৰা হৈছে: 27 January 2016. 
  5. "Maldives". CIA World Factbook. https://www.cia.gov/library/publications/the-world-factbook/geos/mv.html. 
  6. "বাংলা ৱিকিপিডিয়াৰ পৰা". https://bn.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%80%E0%A6%AA। আহৰণ কৰা হৈছে: 5 August 2016. 

বাহ্যিক সংযোগসম্পাদনা কৰক