ফ'কাছ এন.ই.

(এন ই টিভিৰ পৰা পুনঃনিৰ্দেশিত)


ফ'কাছ এন.ই. (ইংৰাজী: Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট নিউজ চেনেল[1] আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।[1]। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।

ফ'কাছ এন.ই.
এন.ই.টিভিৰ প্ৰতীক
উদ্বোধন ২০০৩
বন্ধ ২০১৫
গৰাকী পজিটিভ টেলিভিজন প্ৰাইভেট লিমিটেড
শ্ল'গান Follow the leader
দেশ ভাৰত
ভাষা অসমীয়া, বাংলা,
ইংৰাজী, হিন্দী
সম্প্ৰচাৰৰ অঞ্চল উত্তৰ-পূব ভাৰত
মুখ্য কাৰ্যালয় এ.কে. আজাদ ৰ'ড, ৰিহাবাৰী, গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ ফ'কাছ হাই-ফাই,
ফ'কাছ বাংলা,
হাই টিভি,
ফ'কাছ টিভি,
হমাৰ টিভি
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) চেনেল ৭৮০
ডিচ টিভি (ভাৰত) চেনেল ৮৫৫
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬২০
টাটা স্কাই (ভাৰত) চেনেল ৯৯৩
চান ডাইৰেক্ট (ভাৰত) চেনেল ৬৯১
ভিডিঅ'কন ডি 2এইচ (ভাৰত) চেনেল ৭৬৭[1]

উল্লেখযোগ্য অনুষ্ঠান সম্পাদনা কৰক

এই নিউজ চেনেলটোত দৈনিক বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য অনুষ্ঠান সমূহ হৈছে -

  • গুড মৰ্ণিং নৰ্থ ইষ্ট
  • খিচিৰি সংবাদ
  • ভাগ্য লিপি
  • বিস্মিত এপলক
  • ফ'কাছ গুৱাহাটী
  • সুৰৰ পানচৈ
  • এন.ই. টিভি ষ্টেডিয়াম
  • ৰামধেনু
  • ৰংচ'ৰা
  • ইতিবাচক... ভাল খবৰ
  • ফ'কাছ এন.ই. অপাৰেশ্যন
  • TV য়ে TV য়ে
  • বক্স অফিচ মিটাৰ
  • ভয়েচ অব অসম

উপলব্ধতা সম্পাদনা কৰক

ডি টি এইচ ছেনেল ক্ৰমাংক
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) ৬২০
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) ৭৮০
ডিছ টিভি (ভাৰত) ৮৫৫
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) ৬৯১
টাটা স্কাই (ভাৰত) ৯৯৩
ভিডিঅ'কন ডি 2এইচ (ভাৰত) ৭৬৭


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "এন ই টি ভি". P O S I T I V T E L E V I S I O N P V T . LT D.. NE Television. ২০০৫-০৬. http://www.netvindia.com/। আহৰণ কৰা হৈছে: September 26, 2012. 

বাহ্যিক সংযোগ সম্পাদনা কৰক