পতংগ
(কীটৰ পৰা পুনঃনিৰ্দেশিত)
পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হ'ল বিশ্বৰ আটাইতকৈ বৈচিত্ৰময় প্ৰাণীৰ গোট, প্ৰায় ১ নিযুত প্ৰজাতিৰে সৈতে সমগ্ৰ জীৱৰ আধাতকৈও বেছি বিদ্যমান। [1][2] পতংগ প্ৰায় সকলো পৰিৱেশতেই পোৱা যায়।
পতংগ জীৱাশ্ম কাল: 396–0Ma Early Devonian - Recent | |
---|---|
![]() | |
কিছুমান পতংগ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Chapman, A. D. (2006). Numbers of living species in Australia and the World. Canberra: Australian Biological Resources Study. ISBN 978-0-642-56850-2. http://www.deh.gov.au/biodiversity/abrs/publications/other/species-numbers/index.html.
- ↑ Wilson, E.O.. "Threats to Global Diversity". http://www.globalchange.umich.edu/globalchange2/current/lectures/biodiversity/biodiversity.html। আহৰণ কৰা হৈছে: 17 May 2009.