কে শিৱ ৰেড্ডী (ইংৰাজী: K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবিঅন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ[1] বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2] ২০১৮ চনত কাব্য-সংকলন ‘পক্কাকি অট্টিগিলেতি’ (Pakkaki Ottigilite)ৰ বাবে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হয়।[3]

কে শিৱ ৰেড্ডী

২০১২ চনত শিৱ ৰেড্ডী
জন্ম ১৯৪৩ (বয়স ৮০–৮১)
গুন্তুৰ, অন্ধ্ৰ প্ৰদেশ, ভাৰত
নাগৰিকত্ব ভাৰতীয়
পেচা কবি
উল্লেখযোগ্য কৰ্ম মহানা-অ’-মহানা, পক্কাকি অট্টিগিলেতি
বঁটা, সন্মান, পুৰস্কাৰ আদি

কৰ্মজীৱন সম্পাদনা কৰক

কে শিৱ ৰেড্ডী হায়দৰাবাদৰ বিবেক বৰ্ধিনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু তেওঁ তাত পঁয়ত্ৰিশ বছৰ ইংৰাজী পঢ়াইছিল। তেওঁ আফ্ৰিকান আৰু ইউৰোপীয় কবিতা তেলেগুলৈ অনুবাদ কৰিছে।

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

স্বীকৃতি সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক