গুৱাহাটী (লোকসভা সমষ্টি)
অসমৰ লোকসভা সমষ্টি
গুৱাহাটী লোকসভা সমষ্টি (ইংৰাজী: Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
সম্পাদনা কৰকগুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
বৰ্তমানৰ সমষ্টিসমূহ:
- পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- চমৰীয়া বিধানসভা সমষ্টি
- দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- বকো-ছয়গাঁও বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- ডিমৰীয়া বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- পলাশবাৰী বিধানসভা সমষ্টি
- জালুকবাৰী বিধানসভা সমষ্টি
- দিশপুৰ বিধানসভা সমষ্টি
- গুৱাহাটী (নতুন) বিধানসভা সমষ্টি
- গুৱাহাটী (মধ্য) বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
সম্পাদনা কৰকক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | ৰোহিনী কুমাৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
২ | ১৯৫৬ | ডি. এন. শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৫৭ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
৪ | ১৯৬২ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
৫ | ১৯৬৭ | ডি কলিতা | কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া |
৬ | ১৯৭১ | দীনেশ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৭ | ৰেণুকা দেৱী বৰকটকী | ভাৰতীয় লোক দল |
৮ | ১৯৮৫ | দীনেশ গোস্বামী | নিৰ্দলীয় |
৯ | ১৯৯১ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৬ | প্ৰবীণ চন্দ্ৰ শৰ্মা | অসম গণ পৰিষদ |
১১ | ১৯৯৮ | ভূৱনেশ্বৰ কলিতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ১৯৯৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
১৩ | ২০০৪ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৪ | ২০০৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
১৫ | ২০১৪ | বিজয়া চক্ৰৱৰ্তী[2] | ভাৰতীয় জনতা পাৰ্টী |
১৬ | ২০১৯ | কুইন ওজা | ভাৰতীয় জনতা পাৰ্টি |
১৭ | ২০২৪ | বিজুলী কলিতা মেধি | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. http://eciresults.nic.in/ConstituencywiseS037.htm?ac=7। আহৰণ কৰা হৈছে: 7 জুন 2014.[সংযোগবিহীন উৎস]