গুৱাহাটী (লোকসভা সমষ্টি)

অসমৰ লোকসভা সমষ্টি

গুৱাহাটী লোকসভা সমষ্টি (ইংৰাজী: Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহসম্পাদনা কৰক

গুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • বকো বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • ছয়গাঁও বিধানসভা সমষ্টি
  • পলাশবাৰী বিধানসভা সমষ্টি
  • জালুকবাৰী বিধানসভা সমষ্টি
  • দিশপুৰ বিধানসভা সমষ্টি
  • গুৱাহাটী (পূব) বিধানসভা সমষ্টি
  • গুৱাহাটী (পশ্চিম) বিধানসভা সমষ্টি
  • হাজো বিধানসভা সমষ্টি
  • বৰক্ষেত্ৰী বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকলসম্পাদনা কৰক

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ ৰোহিনী কুমাৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৬ ডি. এন. শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ হেম বৰুৱা প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী
১৯৬২ হেম বৰুৱা প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী
১৯৬৭ ডি কলিতা কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
১৯৭১ দীনেশ চন্দ্ৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৭ ৰেণুকা দেৱী বৰকটকী ভাৰতীয় লোক দল
১৯৮৫ দীনেশ গোস্বামী নিৰ্দলীয়
১৯৯১ কিৰিপ চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৬ প্ৰবীণ চন্দ্ৰ শৰ্মা অসম গণ পৰিষদ
১১ ১৯৯৮ ভূৱনেশ্বৰ কলিতা ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ১৯৯৯ বিজয়া চক্ৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টী
১৩ ২০০৪ কিৰিপ চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ ২০০৯ বিজয়া চক্ৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টী
১৫ ২০১৪ বিজয়া চক্ৰৱৰ্তী[2] ভাৰতীয় জনতা পাৰ্টী
১৬ ২০১৯ কুইন ওজা ভাৰতীয় জনতা পাৰ্টি

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. http://eciresults.nic.in/ConstituencywiseS037.htm?ac=7। আহৰণ কৰা হৈছে: 7 জুন 2014.