জলেশ্বৰ (বিধানসভা সমষ্টি)

ভিধান সভা
(জলেশ্বৰ ( অসমৰ বিধানসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)

জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।

জলেশ্বৰ
—  অসম বিধানসভাৰ সমষ্টি  —
জলেশ্বৰ is located in Assam
জলেশ্বৰ
Location in Assam
ভৌগোলিক স্থানাংক: 26°02′51″N 90°11′59″E / 26.047496°N 90.199772°E / 26.047496; 90.199772স্থানাংক: 26°02′51″N 90°11′59″E / 26.047496°N 90.199772°E / 26.047496; 90.199772
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোৱালপাৰা
বিধানসভা নং ৩৯

বিধান সভাৰ নিৰ্বাচিত সদস্য সকল[1] সম্পাদনা কৰক

নিৰ্বাচন ফলাফল সম্পাদনা কৰক

২০১৬ চনৰ [2] সম্পাদনা কৰক

ক্ৰম প্ৰাৰ্থী ভোটৰ সংখ্যা শতকৰা হাৰ দল
সাহাব উদ্দিন আহমেদ ৫৬০০৩ ৪৩.৬৭ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
আফতাব উদ্দিন মোল্লা ৩৯৩৪১ ৩৮.৪৮ নিৰ্দলীয়
আব্দুৰ ৰহিম জিব্ৰান ১১৫৩৫ ৮.৯৯ ভাৰতীয় জনতা পাৰ্টি
আব্দুল ফাজাল নাছিৰ উদ্দিন মোল্লা ৬, ৫৬৭ ৫.১২ ভাৰতীয় জাতীয় কংগ্ৰেছ
আব্দুল ওয়াহিদ শ্বেখ ১,৪৩৩ ১.১১ বি,আৰ,পি
আব্দুছ ছালাম ৭৬১ ০.৫৯ ছচিয়ালিষ্ট উনিচি ছেন্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট)
ইন্নাছ আলি ৬৯০ ০.৫৩ নিৰ্দলীয়
নোটা ৬২৭ ০.৪৮

তথ্য সংগ্ৰহ সম্পাদনা কৰক