জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা । পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই।‌ ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।[1]

জোনাকী মন
পৰিচালক জীৱৰাজ বৰ্মন
চিত্ৰনাট্য জীৱৰাজ বৰ্মন
কাহিনী জীৱৰাজ বৰ্মন
প্ৰযোজক হিৰণ্য কুমাৰ ৰাজখোৱা
অভিনয়ত
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
২২ মাৰ্চ ২০০২
দেশ  ভাৰত
ভাষা অসমীয়া

অভিনয়ত সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

জোনাকী মন
চলচ্চিত্ৰ সংগীত
মুক্তি ২০০২
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল এন. কে. প্ৰডাকচন
পৰিচালক জুবিন গাৰ্গ
জুবিন গাৰ্গ কালক্ৰম
কন্যাদান
(২০০২)
জোনাকী মন
(২০০২)
জীৱন নদীৰ দুটি পাৰ
(২০০২)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে য'ত উল্লেখ কৰা হৈছিল। গীতসমূহত জুবিন গাৰ্গ, শান, অৰ্ণব ভট্টাচাৰ্য, কৃষ্ণমনি নাথ, জংকী বৰঠাকুৰ, পাপৰী শৰ্মা, ববিতা শৰ্মা, শাশ্বতী ফুকন, ভিতালী দাস, কাশ্মীৰী শ‌ইকীয়া, গোৱাৰ উপৰিও সেইসময়ৰ বলিউদৰ শীৰ্ষস্থানীয় গায়িকা পামেলা জৈন আৰু সাগৰিকা মুখাৰ্জীও গাইছিল।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "আঙুলি বুলালে"  জুবিন গাৰ্গ, ববিতা শৰ্মা  
2. "মায়াবিনি ৰাতি বুকুত"  জুবিন গাৰ্গ, জংকী বৰঠাকুৰ  
3. "অচিনা দেশত"  জুবিন গাৰ্গ  
4. "তুমি সুৰীয়া সপোনৰ"  জুবিন গাৰ্গ, কাশ্মীৰী শ‌ইকীয়া, সাগৰিকা  
5. "বগে ঢকে ধকী"  জুবিন গাৰ্গ, শাশ্বতী ফুকন, পাপৰী শৰ্মা  
6. "ফুলে ফুলে আজি"  জুবিন গাৰ্গ, শান, অৰ্ণব ভট্টাচাৰ্য, পামেলা জৈন, সাগৰিকা মুখাৰ্জী  
7. "জোনালী জোনৰ দৰে"  কৃষ্ণমনি নাথ, ভিতালী দাস  
8. "দূৰ দূৰনীৰে" (বোনাচ ট্ৰেক ১)জুবিন গাৰ্গ, সাগৰিকা  
9. "তেনেকৈ নেচাবা" (বোনাচ ট্ৰেক ২)জুবিন গাৰ্গ, সাগৰিকা  
10. "মমৰ চিকাতি যে জ্বলে" (বোনাচ ট্ৰেক ৩)জুবিন গাৰ্গ  
টোকাসমূহ
  • ট্ৰেক ৯ যতীন শৰ্মাই ৰচনা কৰিছিল।
  • ট্ৰেক ৮, ৯ আৰু ১০ হৈছে "বোনাচ ট্ৰেক" আৰু বোলছবিখনত প্ৰদৰ্শিত হোৱা নাছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক