জীৱন নদীৰ দুটি পাৰ

অসমীয়া চলচ্চিত্ৰ (২০০২)

জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্‌ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ।[1] সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই।[2] মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে

জীৱন নদীৰ দুটি পাৰ
পৰিচালক মুন্না আহমেদ
প্ৰযোজক সবিতা বৰা
(জে আৰ পি ফিল্ম্‌ছ)
অভিনয়ত যতীন বৰা
প্ৰস্তুতি পৰাশৰ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
২০০২
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

জীৱন নদীৰ দুটি পাৰ
চলচ্চিত্ৰ
মুক্তি ডিচেম্বৰ ২০০১
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল J R P Films
জুবিন গাৰ্গ কালক্ৰম
জোনাকী মন
(২০০২)
জীৱন নদীৰ দুটি পাৰ
(২০০২)
প্ৰেমগীত
(২০০২)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ, কাশ্মীৰি শইকীয়া বৰুৱা, প্ৰেম, অৰ্ণৱ আৰু ৰূপাংকিতা পাপৰিয়ে।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "এই ঘৰ আমাৰ"  দিগন্ত ভাৰতীপ্ৰেম, জংকী, অৰ্ণৱ  
2. "কঁকাল খামুচীয়া"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
3. "প্ৰীতিৰে জৰি"  জুবিন গাৰ্গজুবিন গাৰ্গ, ৰূপাংকিতা পাপৰি  
4. "জীৱন নদীৰ দুটি পাৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "বিভাৱৰী আমাৰে মিলনৰ"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, কাশ্মীৰি শইকীয়া বৰুৱা  
6. "উমি উমি জ্বলিছা"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ  
7. "কিয়নো জ্বলি"  দিগন্ত ভাৰতীজুবিন গাৰ্গ  

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Released Assamese Films". enajori.com. Archived from the original on 2012-03-08. https://web.archive.org/web/20120308071902/http://enajori.com/released-movies/। আহৰণ কৰা হৈছে: ১৫ জুন ২০১৫. 
  2. "Jibon Nodeer Duti Paar". Music India Online. Archived from the original on 2015-04-28. https://web.archive.org/web/20150428175137/http://mio.to/album/Jibon+Nodeer+Duti+Paar। আহৰণ কৰা হৈছে: ১৪ জুন ২০১৫. 
  3. 3.0 3.1 3.2 "Filmstars' First assamese Films". assamentertain.com. Archived from the original on 2015-06-14. https://web.archive.org/web/20150614043632/http://assamentertain.com/filmstars-first-assamese-film/। আহৰণ কৰা হৈছে: ১৫ জুন ২০১৫.