টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম

টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম (নল টেঙা) (ইংৰাজী: Tetrastigma leucostaphylum) বা ইণ্ডিয়ান চেষ্টনাট ভাইন (Indian Chestnut Vine) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা[1], অসম, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, উৰিষ্যা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়।[2]

টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Vitales
পৰিয়াল: Vitaceae
গণ: Tetrastigma
প্ৰজাতি: leucostaphylum
বৈজ্ঞানিক নাম
T. leucostaphylum
(Dennst.) Alston ex Mabb. 1977

স্থানীয় ভাষাত ইয়াক, অসমীয়াত নলটেঙা, তামিলত পিৰাণ্টাইকট্টি আৰু তেলেগুত কন্দ দ্ৰাক্সা বুলি কয়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত Tetrastigma leucostaphylum সম্পৰ্কীয় মিডিয়া ফাইল।
  •   ৱিকিপ্ৰজাতিত Tetrastigma leucostaphylum সম্পৰ্কীয় তথ্য