ডক্তৰ বেজবৰুৱা ২

নিপন গোস্বামীৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ চলচ্চিত্ৰ

ডক্তৰ বেজবৰুৱা ২ (ইংৰাজী: Dr. Bezbaruah 2 ) ৩ ফেব্ৰুৱাৰী ২০২৩-ত মুক্তি পোৱা অসমীয়া ভাষাৰ ছাচপেন্স থ্ৰিলাৰ ছবি।[2] এইখন ১৯৬৯ চনত মুক্তি পোৱা ডক্তৰ বেজবৰুৱাৰ চিকুৱেল। ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। গোস্বামীয়ে পূৰ্বৰ ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[3] ছবিৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰাজদ্বীপৰ, সংগীত জুবিন গাৰ্গৰ। এ.এম. টেলিভিচনৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণে। সহ-প্ৰযোজক অক্ষতা নাৰায়ণ।[4][5]

ডক্তৰ বেজবৰুৱা ২
পৰিচালক নিপন গোস্বামী
ৰচনা ৰাজদ্বীপ[1]
চিত্ৰনাট্য ৰাজদ্বীপ
কাহিনী ৰাজদ্বীপ
প্ৰযোজক সঞ্জীৱ নাৰায়ণ
অক্ষতা নাৰায়ণ
অভিনয়ত আদিল হুছেইন
সিদ্ধাৰ্থ নিপন গোস্বামী
চিত্ৰগ্ৰহণকাৰী হৃদয় গগৈ
সংগীত পৰিচালক জুবিন গাৰ্গ
প্ৰযোজনা
কোম্পানী
এ.এম. টেলিভিচন
মুক্তি
৩ ফেব্ৰুৱাৰী ২০২৩
দেশ ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ₹5.5 কোটি

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

ৰমেন বৰুৱাৰ সুৰ আৰোপিত ডক্তৰ বেজবৰুৱা১ ছবিখনৰ তিনিটা পুৰনি গীত ৰিমেক্ কৰা হৈছে ডক্তৰ বেজবৰুৱা ২ ত।

'কি নাম দি মাতিম' শিৰোনামেৰে নতুন গীত এটি সৃষ্টি কৰিছে সংগীতশিল্পী দিগন্ত ভাৰতীয়ে।

উদীয়মান গীতিকাৰ ৰাহুল গৌতমে লিখা 'ডক্তৰ বেজবৰুৱা (শীৰ্ষগীত)'টি সুৰ আৰু সংগীতেৰে সজাইছে জুবিন গাৰ্গে

সংগীত ব্যৱস্থাপনা কৰিছে জুবিন গাৰ্গ, পলাশ সূৰ্য গগৈ, শেখৰ জ্যোতি গোস্বামী আৰু ভদ্ৰ কান্ত দাসে

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "জিলিকি জিলিকা তৰা আকাশৰে"  ব্ৰজেন বৰুৱাচয়নীকা, জুবিন গাৰ্গ ৩:৪১
2. "কি নাম দি মাতিম"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, ভাশ্বতী ভাৰতী ৪:২০
3. "ফুল ফুল"  এলি আহমেদজুবিন গাৰ্গ, জুবলী বৰুৱা ৪:০৬
4. "মইনা কোন বিধাতাই"  ব্ৰজেন বৰুৱাজুবিন গাৰ্গ, ইন্দ্ৰানী তালুকদাৰ ৪:১৫
5. "ডক্তৰ বেজবৰুৱা (শীৰ্ষগীত)"  ৰাহুল গৌতমজুবলী বৰুৱা ৩:৪৫

তথ্য উৎস সম্পাদনা কৰক

  1. Rajdweep [@rajdweep4u] (3 September 2020). "Next big thing ❤ My 4th official film as screenwriter is #DrBezbarua_2 , sequel of path breaking thriller in th history of Assamese Film 'Dr Bezbarua' (1968). Direction: Nipon Goswami Story, Screenplay & Dialogues: Rajdweep Music: Zubeen Garg Starring @_AdilHussain in the lead. t.co/Xbj4ZRlZlq" (en ভাষাত). https://twitter.com/rajdweep4u/status/1301447332832002048। আহৰণ কৰা হৈছে: 16 January 2023. 
  2. Unravel the mystery as you enter the world of Dr Bezbaruah 2 In cinemas on 3rd February 2023!. Prag News. 13 January 2023. Archived from the original on 14 January 2023. Retrieved 16 January 2023 – via YouTube.  Unknown parameter |url-status= ignored (help)
  3. Desk, Inside Chronicle Digital (2020-09-03). "'Dr Bezbarua 2' : Adil Hussain to Play Lead Role in Assamese Film Dr. Bezbarua Sequel" (en-US ভাষাত). Inside Chronicle. Archived from the original on 2021-05-09. https://web.archive.org/web/20210509082840/https://insidechronicle.com/entertainment/dr-bezbarua-2-adil-hussain-to-play-lead-role-in-assamese-film-dr-bezbarua-sequel/। আহৰণ কৰা হৈছে: 2021-01-29. 
  4. "Dr Bezbaruah to thrill the people once again with its sequel Dr" (en-US ভাষাত). https://www.insidene.com/dr-bezbaruah-to-thrill-the-people-once-again-with-its-sequel-dr-bezbaruah-ii/। আহৰণ কৰা হৈছে: 2021-01-29. 
  5. "Agreed to do 'Dr Bezbarua 2' without getting the script, says Adil Hussain" (en-US ভাষাত). 2020-09-10. https://thenewsmill.com/agreed-to-do-dr-bezbarua-2-without-getting-the-script-says-adil-hussain/। আহৰণ কৰা হৈছে: 2021-01-29. 
  6. Seta, Keyur. "Sequel to 50-year-old Assamese classic Dr Bezbaruah is on the cards". Cinestaan. Archived from the original on 2020-11-04. https://web.archive.org/web/20201104050928/https://www.cinestaan.com/articles/2020/sep/19/27138। আহৰণ কৰা হৈছে: 2021-01-29. 
  7. "Mahurat of 'Dr Bezbaruah II' to be held at Jyoti Chitraban in Guwahati" (en-US ভাষাত). Midage. 2020-10-14. Archived from the original on 2021-01-19. https://web.archive.org/web/20210119185332/https://www.midagemedia.com/entertainment/mahurat-of-dr-bezbaruah-ii-to-be-held-at-jyoti-chitraban-in-guwahati/। আহৰণ কৰা হৈছে: 2021-01-29. 

বাহ্যিক সংযোগ সম্পাদনা কৰক