তাঁতশাল

বস্ত্ৰ বোৱাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ

কপাহ বা কপাহী সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰক তাঁতশাল বোলে। আধুনিক বস্ত্ৰ কাৰখানাত স্বয়ংক্ৰিয় তাঁতশাল ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে তাঁতশাল নামৰ যন্ত্ৰটোত সূতাটো কুণ্ডলীৰ ৰূপত সুমুৱাই দিয়া হয়। তাঁতশালৰ আকৃতি আৰু ইয়াত ব্যৱহাৰ কৰা কৌশল বেলেগ বেলেগ হ’ব পাৰে। "বোৱা কাপোৰ" শব্দটো "তন্তু বায়ন"ৰ পৰা উদ্ভৱ হৈছে।

তাঁতশাল ব্যৱহাৰ কৰি থকা অৱস্থাত এগৰাকী অসমীয়া মহিলা
তাঁতশাল ব্যৱহাৰ কৰাৰ মুহূৰ্তত হাংগেৰীৰ এগৰাকী মহিলা