দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।

দক্ষিণ আমেৰিকা
South America (orthographic projection).svg
মাটিকালি 17,840,000 km2 (6,890,000 sq mi)
জনসংখ্যা 385,742,554 (2008, পঞ্চম)
জনঘনত্ব 21.4 per km2 (56.0 per sq mi)
বাসিন্দা দক্ষিণ আমেৰিকান, আমেৰিকান[1]
দেশসমূহ 12 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 3
ভাষাসমূহ স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি
সময় অঞ্চলসমূহ UTC-2 ৰ পৰা UTC-5 লৈ
বৃহত্তম নগৰসমূহ
তালিকা
  • ব্ৰাজিলৰ পতাকা চাও পাওলো
  • আৰ্জেণ্টিনাৰ পতাকা বুয়েনোচ আইৰেচ
  • ব্ৰাজিলৰ পতাকা ৰিয়ো দি জেনেৰিয়ো
  • পেৰুৰ পতাকা লিমা
  • কলম্বিয়াৰ পতাকা বাগোতা
  • চিলিৰ পতাকা চেণ্টিয়াগো
  • ব্ৰাজিলৰ পতাকা বেলো হৰিজণ্টে
  • ব্ৰাজিলৰ পতাকা পৰ্টো এলেগ্ৰা
  • ব্ৰাজিলৰ পতাকা ব্ৰাজিলিয়া
  • ইকুৱাডৰৰ পতাকা গুয়াকুইল
  • কলম্বিয়াৰ পতাকা মেডেলিন
  • ভেনিজুৱেলাৰ পতাকা কাৰাকাচ

ৰাষ্ট্ৰসমূহসম্পাদনা কৰক

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:

নগৰসমূহসম্পাদনা কৰক

জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. চাও পাওলো (ব্ৰাজিল)
  2. বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
  3. ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
  4. লিমা (পেৰু)
  5. বাগোতা (কলম্বিয়া)
  6. চেণ্টিয়াগো (চিলি)
  7. বেলো হৰিজণ্টে (ব্ৰাজিল)
  8. পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
  9. ব্ৰাজিলিয়া (ব্ৰাজিল)
  10. গুয়াকুইল (ইকুৱাডৰ)
  11. মেডেলিন (কলম্বিয়া)
  12. কাৰাকাচ (ভেনিজুৱেলা)


তথ্যসূত্ৰসম্পাদনা কৰক

  1. American, Merriam-Webster OnLine.

বহিঃসংযোগসম্পাদনা কৰক