ধুন্দুলীফেঁটী সাপ
ধুন্দুলী ফেঁটী (ইংৰাজী: radiated ratsnake, copperhead rat snake বা copper-headed trinket snake) (বৈজ্ঞানিক নাম: Coelognathus radiatus) হৈছে কলুব্ৰিডি পৰিয়ালৰ অন্তৰ্গত এবিধ বিষহীন[2] সাপৰ প্ৰজাতি। ফেঁটীসাপৰ দৰে ফেঁট তুলি ই শত্ৰুৰ ফালে খেদা মাৰি আহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী, কাৰণ ইয়াৰ প্ৰধান খাদ্য হৈছে নিগনি।
ধুন্দুলীফেঁটী সাপ | |
---|---|
আক্ৰমাণাত্মক ভংগীত এটা ধুন্দুলীফেঁটী সাপ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
উপপৰিয়াল: | Faboideae |
গণ: | Coelognathus |
প্ৰজাতি: | C. radiatus |
বৈজ্ঞানিক নাম | |
Coelognathus radiatus (F. Boie, 1827)[1] | |
সমাৰ্থক | |
সমাৰ্থক
|
প্ৰকৃতি সম্পাদনা কৰক
ধুন্দুলী ফেঁটী সাধাৰণতে অতি আক্ৰমাণাত্মক প্ৰক়তিৰ। ইহঁতে নিজকে সুৰক্ষিত কৰাৰ সামৰ্থ্যৰ প্ৰতি অতি আত্মবিশ্বাসী। ফেঁটী আৰু অন্যান্য বিষধৰ সাপ ধৰিব বিচৰাসকলৰ বাবেও ইহঁত এক ভাল প্ৰশিক্ষক সৰ্প।
বিতৰণ সম্পাদনা কৰক
- ইণ্ডোনেছিয়া (সুমাত্ৰা, বাংকা, বৰ্নিও/ক'লমাণ্টন, জাভা),
- মালয়েছিয়া আৰু ব্ৰুণেই (মালয় আৰু পূৱ মালয়েছিয়া); বৰ্নিও,
- চিংগাপুৰ দ্বীপ,
- বাৰ্মা (মাৰ্মাৰ),
- থাইলেণ্ড
- লাউচ, কম্বোডিয়া, ভিয়েটনাম,
- জাপান (ৰয়ুকু দ্বীপপুঞ্জ),
- ভাৰত (অসম, অৰুণাচল প্ৰদেশ (মিয়াও - চাংলাং জিলা, চেঁচা, চিম্পু, ইটানগৰ - পাপুম পাৰে জিলা),
- বাংলাদেশ,
- দক্ষিণ চীন (ফজিয়ান, য়ুনান, গয়াংক্সি, ডংডং, হংকং),
- নেপাল[3]
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ https://www.biolib.cz/en/taxon/id58575/ (Retrieved Feb. 18, 2010.)
- ↑ "Coelognathus radiatus (Boie, 1827)". India Biodiversity Portal. https://indiabiodiversity.org/species/show/278628। আহৰণ কৰা হৈছে: June 10, 2019.
- ↑ Coelognathus radiatus (Boie, 1827) The Reptile Database. (Retrieved 20 Sep. 2014)