নয়নতাৰা

ভাৰতীয় অভিনেত্ৰী

নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (ইংৰাজী: Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪)[9] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।[10] ২০১৮ বৰ্ষত ফৰ্বছ ইণ্ডিয়াই প্ৰস্তুত কৰা "১০০ গৰাকী চেলিব্ৰিটি"ৰ তালিকাত স্থানলাভ কৰা নয়নতাৰাই হৈছে একমাত্ৰ দক্ষিণ ভাৰতীয় অভিনেত্ৰী। সেইসময়ত তেখেতৰ সৰ্বমুঠ আয় আছিল ১৫.১৭ কোটি।[11]

নয়নতাৰা

দ্বিতীয় দক্ষিণ ভাৰতীয় আন্তৰাষ্ট্ৰীয় ছবি বঁটা (SIIMA 2013) অনুষ্ঠানত নয়নতাৰা
জন্ম ডায়েনা মৰিয়াম কুৰিয়ান
১৮ নৱেম্বৰ, ১৯৮৪ (৩৯ বছৰ)[1][2][3]
বাংগালোৰ, কৰ্ণাটক, ভাৰত[4][5]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, ছবি প্ৰযোজক, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমানলৈকে
অংশীদাৰ ৱিগণেশ শিৱন (২০১৫-বৰ্তমানলৈকে)
বঁটা, সন্মান, পুৰস্কাৰ আদি কালাইমণি[6]
নন্দী বঁটা[7]
তামিলনাডু ৰাজ্যিক ছবি বঁটা[8]
ফিল্মফেয়াৰ বঁটা
স্বাক্ষৰ

২০০৩ চনত মানাছিনাকাৰে নামৰ মালায়ালম ভাষাৰ ছবিখনৰ জৰিয়তে তেখেতে অভিনয়-জীৱনৰ পাতনি মেলে। তেখেতৰ সহযোগী আছিল জয়াৰাম। নয়নতাৰাই অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি আছিল আয়া (২০০৫)। আনহাতে প্ৰথমখন তেলেগু ভাষাৰ ছবি আছিল লক্ষ্মী (২০০৬)।[12]

২০১০ চনত ছুপাৰ নামৰ ছবিখনৰ জৰিয়তে তেখেতে কানাড়া ভাষাৰ ছবিতো যাত্ৰাৰম্ভ কৰে।[13] এইখনেই তেখেতৰ একমাত্ৰ কানাড়া ছবি। ২০১১ চনত মুক্তিলাভ কৰা ছবি শ্ৰী ৰামা ৰাজ্যমত তেখেতে সীতাৰ ভূমিকা ৰূপায়ণ কৰে। এইখন ছবিত কৰা অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰ বঁটা (তেলেগু ভাষাৰ ছবিত শ্ৰেষ্ঠ অভিনেত্ৰী শিতান) লাভ কৰে। লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটাও লাভ কৰে। "ৰাজা ৰাণী" (২০১৩), "নান্নুম ৰাওদী ধান" (২০১৫), "আৰাম" (২০১৭)ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ আভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। ২০১৭ চনতে মালায়ালম ছবি "পুথিয়া নিয়ামাম" (২০১৬)ৰ বাবেও তেখেতে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে।[14][15][16]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কৰ্ণাটকবাংগালোৰত এটা খ্ৰীষ্টানধৰ্মী মালায়ালম পৰিয়ালত নয়নতাৰাৰ জন্ম হৈছিল।[4][17][18] পিতৃ আছিল কুৰিয়ান কড়িয়াট্টু আৰু মাতৃ আচিল ওমানা কুৰিয়ান।[19][20] জন্মতে নয়নতাৰাৰ নাম আছিল ডায়েনা মৰিয়ম কুৰিয়ান।[9] তেখেতে জ্যেষ্ঠ ভ্ৰাতৃ লেনো ডুবাইৰ বাসিন্দা।[21] পিতৃ ভাৰতীয় বায়ু সেনাৰ বিষয়া হোৱা হেতুকে নয়নতাৰাই ভাৰতৰ বিভিন্ন স্থানত শিক্ষাগ্ৰহণ কৰিবলগা হৈছিল, বিশেষকৈ উত্তৰ ভাৰতত।[21] জামনগৰ, গুজৰাট আৰু দিল্লীত তেখেতে পঢ়াশলীয়া শিক্ষা সমাপ্ত কৰে। থিৰুভাল্লাৰ বালিকামাডোম ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰপিছত তেখেতে শিক্ষাগ্ৰহণ কৰে। তাৰপিছত মাৰথোমা কলেজত নামভৰ্তি কৰে। থিৰুভাল্লাৰ এইখন শিক্ষানুষ্ঠানত তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী অধ্যয়ন কৰে।[22]

অভিনয়-জীৱন সম্পাদনা কৰক

কলেজত পঢ়ি থকা অৱস্থাতেই নয়নতাৰাই অংশকালীন মডেল হিচাপে কাম কৰে৷ পৰিচালক সত্যন অন্তিকাড়ে তেওঁৰ কাম প্ৰত্যক্ষ কৰে আৰু ২০০৩ চনৰ ছবি মানাছিনাকাড়েৰ চৰিত্ৰ এটিত অভিনয়ৰ সুযোগ প্ৰদান কৰে৷ [23] ছবিখনে আশাতীতভাৱে উপাৰ্জন কৰে আৰু নয়নতাৰালৈও ইয়াৰ পিছত বিভিন্ন কৰ্মসুযোগ আহি থাকে৷ ২০০৪ চনত মুক্তিপ্ৰাপ্ত নয়নতাৰাৰ দুয়োখন ছবি যথাক্ৰমে নাট্টুৰাজাভু আৰু বিস্ময়াথুম্বাথুত সহযোগী অভিনেতা আছিল মোহনলাল৷[24]

নয়নতাৰাই পৰৱৰ্তী সময়ত তামিল আৰু তেলেগু ভাষাৰ ছবিতো পদাৰ্পণ কৰে৷ ২০০৫ চনত তেখেতে আয়া নামৰ তামিল ভাষাৰ ছবিখনত অভিনয় কৰে৷ "Behindwoods.com"ৰ মতে-সেইয়া "তামিল ভাষাৰ ছবিত তেখেতৰ চাঞ্চল্যসৃষ্টিকাৰী পদাৰ্পণ" ("sensational debut in Tamil")[25] ২০০৬ চনত মুক্তি লাভ কৰা নয়নতাৰাৰ প্ৰথমখন ছবি আছিল কালৱানিন কাঢ়ালী, যিখনৰ প্ৰসংগত "Indiaglitz.com"-এ কয় যে- তেখেতৰ "অভিনয় আছিল ছবিখনৰ শক্তি"৷[26] ২০০৮ চনত তেখেতেৰ পাঁচখন ছবিয়ে মুক্তি লাভ কৰে৷ তাৰ ভিতৰত চাৰিখনেই তামিল ভাষাৰ আছিল৷ [27]

২০১০ চনত মুক্তি লাভ কৰা নয়নতাৰাৰ আটাইবোৰ ছবিয়েই বক্স অফিচত সফল বিবেচিত হয়৷ তেলেগু ভাষাৰ "আধুৰছ" আৰু "ছিমহা", মালায়ালম ভাষাৰ "বডিগাৰ্ড", তামিল ভাষাৰ "বছ এনগিৰা ভাস্কৰণ" আৰু কানাড়া ভাষাত নিৰ্মিত ছবি "ছুপাৰ"-এ তেখেতক চৰ্চিত আৰু জনপ্ৰিয় কৰি তোলে৷ পাঁচখন ছবিয়েই হিট ছবিৰ মৰ্যাদা পায়৷[28][29]

২০১১ চনত নয়নতাৰাই অভিনয় কৰা কেৱল এখন ছবিয়েহে মুক্তিলাভ কৰে৷ যাৰ নাম আছিল "শ্ৰী ৰামা ৰাজ্যম"৷ ছবিখনত তেখেতে সীতাৰ ভূমিকা ৰূপায়ণ কৰে আৰু তাৰ বাবে তেখেতে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ "ৰেডিফ ডট কম"ৰ মতে "Nayanthara is the surprise package of the film. As Sita, she too has played the role of her lifetime. She gave a fine understated performance conveying a kaleidoscope of emotions."[30]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

নয়নতাৰাই "ৱালাবান" ছবিত অভিনয় কৰাৰ পাছত "ছিলামবাৰাচান"ৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ সম্পৰ্ক স্থায়ী নহ'ল। পৰৱৰ্তী পৰ্যায়ত "ৱিল্লু" নামৰ ছবিত কাম কৰি থকা সময়ত নয়নতাৰা আৰু প্ৰভু দেৱাৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়। কিছু বছৰ সম্পৰ্কত থাকি তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভাবে। কিন্তু ২০১০ চনত প্ৰভু দেৱাৰ পত্নী লতাই "পাৰিবাৰিক ন্যায়ালয়"ত এটা আবেদন দাখিল কৰে আৰু নয়নতাৰাৰ লগত গঢ়ি উঠা সম্পৰ্কটোৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে, লগতে তেওঁৰ লগত পুনৰ্মিলনৰ অনুৰোধ কৰে।[31] ইয়াৰ উপৰিও লতাই কয় যে, যদিহে প্ৰভু দেৱাই নয়নতাৰাক বিয়া কৰায় তেন্তে তেওঁ অনশন-ধৰ্মঘটৰ পন্থা অৱলম্বন কৰিব। একেসময়তে তামিল সংস্কৃতিত অশুদ্ধতা বিয়পোৱাৰ অভিযোগ তুলি মহিলা সমিতিয়ে নয়নতাৰাৰ বিৰোধিতা কৰে আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে, লগতে তেখেতেৰ প্ৰতিকৃতি দাহ কৰে।[32] ২০১২ চনত নয়নতাৰাই প্ৰভু দেৱাৰ লগত থকা সম্পৰ্কটো ছিন্ন কৰাৰ কথাটো ৰাজহুৱা কৰে।[33][33][34][35]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

চিহ্ন
  মুক্তি নোহোৱা ছবিবোৰ
বৰ্ষ নাম চৰিত্ৰ পৰিচালক ভাষা টোকা তথ্যসূত্ৰ
২০০৩ Manassinakkare Gouri Sathyan Anthikad Malayalam [36]
[37]
২০০৪ Vismayathumbathu Reetha Mathews Fazil Malayalam [38]
২০০৪ Natturajavu Katrina Shaji Kailas Malayalam [39]
২০০৫ Ayya Selvi Hari Tamil [40]
২০০৫ Chandramukhi Durga P. Vasu Tamil [41]
২০০৫ Thaskara Veeran Thankamani Pramod Pappan Malayalam [42]
২০০৫ Rappakal Gouri Kamal Malayalam [37]
২০০৫ Ghajini Chitra AR Murugadoss Tamil [43]
২০০৫ Sivakasi Herself Perarasu Tamil Special appearance in the song "Kodambakkam Area" [44]
২০০৬ Kalvanin Kadhali Haritha Tamilvannan Tamil [45]
২০০৬ Lakshmi Nandhinee V. V. Vinayak Telugu [46]
[37]
২০০৬ Boss Anuradha V. N. Aditya Telugu [47]
২০০৬ Vallavan Swapna Silambarasan Tamil [48]
২০০৬ Thalaimagan Mekala R. Sarathkumar Tamil [49]
২০০৬ E Jyothi S. P. Jananathan Tamil [50]
২০০৭ Yogi Nandini V. V. Vinayak Telugu [51]
[52]
২০০৭ Dubai Seenu Madhumathi Srinu Vaitla Telugu [53]
২০০৭ Sivaji Herself S. Shankar Tamil Special appearance in the song "Balleilakka" [54]
২০০৭ Tulasi Vasundhara Ram Boyapati Srinu Telugu [55]
২০০৭ Billa Sasha Vishnuvardhan Tamil [56]
২০০৮ Yaaradi Nee Mohini Keerthi (Komalavalli)[lower-alpha 1] Mithran Jawahar Tamil [57]
২০০৮ Kuselan Nayanthara P. Vasu Tamil Guest appearance [44]
২০০৮ Kathanayakudu Nayanthara P. Vasu Telugu Guest appearance [58]
২০০৮ Satyam Deivanayaki (Deiva)[lower-alpha 1] A. R. Rajasekar Tamil [59]
২০০৮ Salute Divya A. R. Rajasekar Telugu [60]
২০০৮ Aegan Mallika Raju Sundaram Tamil [61]
২০০৮ Twenty:20 Herself Joshiy Malayalam Special appearance in the song "Hey Dil Deewana" [44]
২০০৯ Villu Janvi Prabhu Deva Tamil [62]
২০০৯ Anjaneyulu Anjali Parasuram Telugu [63]
২০০৯ Aadhavan Thara K. S. Ravikumar Tamil [64]
২০১০ Adhurs Chandrakala V. V. Vinayak Telugu [65]
২০১০ Bodyguard Ammu Siddique Malayalam [66]
২০১০ Goa Herself Venkat Prabhu Tamil Cameo appearance [67]
২০১০ Simha Gayatri Boyapati Srinu Telugu [68]
২০১০ Boss Engira Bhaskaran Chandrika M. Rajesh Tamil [69]
২০১০ Elektra Elektra Alexander Shyamaprasad Malayalam [70]
২০১০ Super Indira Upendra Kannada [71]
২০১১ Sri Rama Rajyam Sita Bapu Telugu [72]
২০১২ Krishnam Vande Jagadgurum Devika Krish Telugu [73]
২০১৩ Ethir Neechal Herself R. S. Durai Senthilkumar Tamil Special appearance in the song "Local Boys" [74]
২০১৩ Greeku Veerudu Sandhya K. Dasarath Telugu [75]
২০১৩ Raja Rani Regina Atlee Tamil [76]
২০১৩ Arrambam Maya Vishnuvardhan Tamil [77]
২০১৪ Idhu Kathirvelan Kadhal Pavithra S. R. Prabhakaran Tamil [78]
২০১৪ Anaamika Anaamika Sekhar Kammula Telugu [79]
২০১৪ Nee Enge En Anbe Anaamika Sekhar Kammula Tamil [80]
২০১৫ Nannbenda Ramya Jagadish Tamil [81]
২০১৫ Bhaskar the Rascal Hima Siddique Malayalam [82]
২০১৫ Massu Engira Masilamani Malini Venkat Prabhu Tamil [83]
২০১৫ Thani Oruvan Mahima Mohan Raja Tamil [84]
২০১৫ Maya Maya Mathews, Apsara[lower-alpha 2] Ashwin Saravanan Tamil [85]
২০১৫ Life of Josutty Swapna Jeethu Joseph Malayalam Cameo appearance [86]
২০১৫ Naanum Rowdy Dhaan Kadambari Vignesh Shivan Tamil [87]
২০১৬ Puthiya Niyamam Vasuki Iyer A. K. Sajan Malayalam [88]
২০১৬ Idhu Namma Aalu Myla Pandiraj Tamil [89]
২০১৬ Thirunaal Vidya P. S. Ramnath Tamil [90]
২০১৬ Babu Bangaram Sailaja Maruthi Dasari Telugu [91]
২০১৬ Iru Mugan Meera George Anand Shankar Tamil [92]
২০১৬ Kaashmora Ratna Mahadevi Gokul Tamil [93]
২০১৭ Dora Pavalakkodi Doss Ramaswamy Tamil [94]
২০১৭ Aramm Madhivadhani Gopi Nainar Tamil [95]
২০১৭ Velaikkaran Mrinalini Mohan Raja Tamil [96]
২০১৮ Jai Simha Gauri K. S. Ravikumar Telugu [97]
২০১৮ Kolamavu Kokila Kokila Nelson Dilipkumar Tamil [98]
২০১৮ Imaikkaa Nodigal Anjali Vikramadityan R. Ajay Gnanamuthu Tamil [99]
২০১৯ Viswasam Niranjana Siva Tamil [100]
২০১৯ Airaa Bhavani, Yamuna[lower-alpha 2] K. M. Sarjun Tamil [101]
২০১৯ Mr. Local Keerthana M. Rajesh Tamil [102]
২০১৯ Kolaiyuthir Kaalam Shruthi Lawson Chakri Toleti Tamil [103]
২০১৯ Love Action Drama Shobha Dhyan Sreenivasan Malayalam [104]
২০১৯ Sye Raa Narasimha Reddy Siddhamma Surender Reddy Telugu [105]
২০১৯ Bigil Angel Aashirvaatham Atlee Kumar Tamil [106]
২০২০ Darbar Lilly AR Murugadoss Tamil [107]
২০২০ Netrikann   ঘোষণা হ’ব Rau, MilindMilind Rau Tamil Filming [108]
২০২০ Mookuthi Amman   ঘোষণা হ’ব RJ Balaji
N. J. Saravanan
Tamil Filming [109]
২০২০ Annaatthe ঘোষণা হ’ব Siva Tamil Filming [110]
২০২০ Kaathuvaakula Rendu Kaadhal   ঘোষণা হ’ব Vignesh Shivan Tamil Filming [111]

টোকা সম্পাদনা কৰক

  1. 1.0 1.1 Nayanthara played a single character with two or more names.
  2. 2.0 2.1 Nayanthara played dual roles in this film.

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. Sri Birthday Special: Nayanthara Turns 28. Rediff.com (19 November 2012). Retrieved 2012-04-10.
  2. Happy birthday Nayantara. indiatoday.com (5 December 2008). Retrieved 2012-04-10.
  3. Birthday Special Nayantara rediff.com (18 November 2014)
  4. 4.0 4.1 "Nayanthara in Sandalwood now". The Times of India. 17 January 2010. http://timesofindia.indiatimes.com/entertainment/regional/news-interviews/Nayanthara-in-Sandalwood-now/articleshow/5452870.cms. 
  5. Chat Transcript of Nayanthara. Sify.com (10 March 2008). Retrieved 2012-04-10.
  6. "70 artists get Kalaimamamani awards". The Hindu. 25 February 2009. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/70-artists-get-kalaimamani-awards/article362528.ece। আহৰণ কৰা হৈছে: 6 April 2015. 
  7. "2011 Nandi Awards winners list". TOI (Times Of India). 13 October 2012. http://www.timesofindia.com/entertainment/telugu/movies/news/2011-Nandi-Awards-winners-list/amp_articleshow/16797289.cms. [সংযোগবিহীন উৎস]
  8. "Tamil Nadu announces the State Film Awards for six consecutive years". The Indian Express. 14 July 2017. http://www.indianexpress.com/article/entertainment/tamil/tamil-nadu-announces-the-state-film-awards-for-six-consecutive-years-in-surprise-movie-heres-the-complete-list-of-winners-4750350/lite/. 
  9. 9.0 9.1 Nayanthara- Unknown facts : The Live Mirror
  10. TNN (17 April 2015). "Kochi Times 15 Most Desirable Women in 2014". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Kochi-Times-15-Most-Desirable-Women-in-2014/articleshow/46944844.cms। আহৰণ কৰা হৈছে: 2 June 2015. 
  11. "Nayanthara, PV Sindhu and Saina Nehwal highest paid women in south: Forbes 100 list". 5 December 2018. https://www.thenewsminute.com/article/nayanthara-pv-sindhu-and-saina-nehwal-highest-paid-women-south-forbes-100-list-92812. 
  12. https://timesofindia.indiatimes.com/topic/Nayanthara
  13. "Upendra's Super remake rights in great demand". 19 January 2011. http://www.filmibeat.com/kannada/news/2011/upendra-super-remake-rights-demand-190111-aid0062.html। আহৰণ কৰা হৈছে: 16 August 2016. 
  14. https://www.moviebuff.com/nayanthara-kurian
  15. https://www.imdb.com/name/nm1521381/awards
  16. "NAYANTHARA AWARDS". ET Times. https://timesofindia.indiatimes.com/entertainment/malayalam/movie-details/puthiya-niyamam/movieshow/61197957.cms। আহৰণ কৰা হৈছে: 17 June 2020. 
  17. "Birthday special unknown facts about nayanthara". filmibeat.com. 18 November 2015. http://malayalam.filmibeat.com/features/birth-day-special-unknown-facts-about-nayanthara-025918.html। আহৰণ কৰা হৈছে: 19 November 2015. 
  18. "Nayanthara". https://www.imdb.com/name/nm1521381/bio. 
  19. "Tamil filmdom's top stars ' Kerala women". The Telegraph (Calcutta, India). 14 May 2006. http://www.telegraphindia.com/1060514/asp/look/story_6217361.asp. 
  20. "Nayanthara: A Dream comes true". IndiaGlitz. 25 January 2005. http://www.indiaglitz.com/channels/tamil/interview/6240.html। আহৰণ কৰা হৈছে: 8 October 2011. 
  21. 21.0 21.1 "Welcome to". Sify. 20 January 2007. http://sify.com/movies/tamil/interview.php?id=13682609&cid=2408। আহৰণ কৰা হৈছে: 18 October 2011. 
  22. rediff.com: Meet Rajnikanth's new heroine! . Rediff.com. Retrieved 10 April 2012.
  23. rediff.com: Meet Rajnikanth's new heroine!. Rediff.com. Retrieved 10 April 2012.
  24. Nayantara is the new flavour of Kollywood. Sify.com (6 December 2004). Retrieved 2012-04-10.
  25. Ayya Review. Behindwoods (17 January 2005). Retrieved 2012-04-10.
  26. Kalvanin Kadhali Tamil Movie Review. IndiaGlitz (18 February 2006). Retrieved 2012-04-10.
  27. "YAARADI NEE MOHINI MOVIE REVIEW - Behindwoods.com DHANUSH Nayanthara YUVAN SHANKAR RAJA Selvaraghavan Jawahar Karthik Kumar Raghuvaran yaaradi nee mohini movie wallpapers hot stills picture image gallery". http://www.behindwoods.com/tamil-movie-reviews/reviews-1/yaaradi-nee-mohini-review.html। আহৰণ কৰা হৈছে: 16 August 2016. 
  28. "I feel blessed to play Sita: Nayanthara". The Times of India. 20 December 2010. Archived from the original on 2012-11-04. https://web.archive.org/web/20121104062227/http://articles.timesofindia.indiatimes.com/2010-12-20/news-interviews/28222815_1_films-southern-languages-boss-engira-baskaran. 
  29. "People now trust my abilities: Nayanthara". Sify. http://www.sify.com/movies/people-now-trust-my-abilities-nayanthara-news-tamil-kmikivhgjhj.html?scategory=tamil। আহৰণ কৰা হৈছে: 18 October 2011. 
  30. সাঁচ:Web
  31. "Prabhu's wife files for second petition". The Times Of India. 7 October 2010. Archived from the original on 2012-11-04. https://web.archive.org/web/20121104013850/http://articles.timesofindia.indiatimes.com/2010-10-07/news-interviews/28249293_1_nayanthara-prabhu-deva-latha. 
  32. "Nayanthara – Tamil Movie News – Nayanthara's effigy burnt – Nayanthara | Prabhu Deva | Ramlath | Kalpana". Behindwoods.com. 6 October 2010. http://www.behindwoods.com/tamil-movie-news-1/oct-10-02/nayanthara-prabhu-deva-06-10-10.html। আহৰণ কৰা হৈছে: 18 October 2011. 
  33. 33.0 33.1 "Nayanthara, Prabhu Deva call it quits". The Times Of India. 28 January 2012. Archived from the original on 2012-04-09. https://web.archive.org/web/20120409203807/http://articles.timesofindia.indiatimes.com/2012-01-28/news-interviews/30673544_1_prabhu-deva-prabhu-and-nayan-source. 
  34. "Prabhu Deva enters into divorce deal with wife". The Times Of India. 29 December 2010. Archived from the original on 2012-06-06. https://web.archive.org/web/20120606143713/http://articles.timesofindia.indiatimes.com/2010-12-29/india/28237143_1_actor-prabhu-deva-latha-restitution-of-conjugal-rights. 
  35. "Prabhu Deva granted divorce". Sify. 2 July 2011. http://www.sify.com/movies/prabhu-deva-granted-divorce-news-tamil-lhcucBcjchd.html। আহৰণ কৰা হৈছে: 2 July 2011. 
  36. "Manasinakkare". Sify. 30 December 2003. http://www.sify.com/movies/manasinakkare-review-malayalam-pclvyygehchif.html। আহৰণ কৰা হৈছে: 25 March 2017. 
  37. 37.0 37.1 37.2 Nagarajan, Saraswathy (27 May 2010). "Simply electrifying". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/Simply-electrifying/article15711998.ece. 
  38. "Vismayathumbathu". Sify. 12 April 2004. http://www.sify.com/movies/vismayathumbathu-review-malayalam-pclv2digcbjhj.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  39. "Natturajavu". Sify. 24 August 2004. http://www.sify.com/movies/natturajavu-review-malayalam-pclv6aefbhada.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  40. "Ayyaa". Sify. 15 January 2005. http://www.sify.com/movies/ayyaa-review-tamil-pclvGtjehhcjj.html। আহৰণ কৰা হৈছে: 25 March 2017. 
  41. Chan, F.; Karpovich, A.; Zhang, X. (2011). Genre in Asian Film and Television: New Approaches. Palgrave Macmillan. পৃষ্ঠা. 109. ISBN 978-1-349-32303-6. https://archive.org/details/genreasianfilmte00chan. 
  42. Rani, Angel (29 May 2005). "Thaskaraveeran". Deccan Herald. http://archive.deccanherald.com/Deccanherald/may292005/movies1715282005528.asp। আহৰণ কৰা হৈছে: 30 March 2017. 
  43. "Ghajini". Sify. 30 September 2005. http://www.sify.com/movies/ghajini-review-tamil-pclvMFdbbcdid.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  44. 44.0 44.1 44.2 "Being Nayanthara". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Being-Nayanthara/articleshow/3426012.cms। আহৰণ কৰা হৈছে: 25 March 2017. 
  45. "Review : Kalvanin Kathali". Sify. 17 February 2006. http://www.sify.com/movies/kalvanin-kathali-review-tamil-pclvQribbahhe.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  46. "Lakshmi Movie Review". fullhyderabad. http://movies.fullhyderabad.com/lakshmi/telugu/lakshmi-movie-reviews-1299-2.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  47. Rajamani, Radhika (28 September 2006). "Nagarjuna charms in Boss". Rediff.com. http://www.rediff.com/movies/review/boss/20060928.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  48. "Vallavan". Sify. 24 October 2006. http://www.sify.com/movies/vallavan-review-tamil-pclwfAfafdefc.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  49. "Thalaimagan". Rotten Tomatoes. https://www.rottentomatoes.com/m/thalaimagan/। আহৰণ কৰা হৈছে: 30 March 2017. 
  50. "E". Sify. 21 October 2006. http://www.sify.com/movies/e-review-tamil-pclwfyfdjjaab.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  51. "Yogi: Sentimental drivel". Rediff.com. 15 January 2007. http://www.rediff.com/movies/review/ssyogi/20070115.htm। আহৰণ কৰা হৈছে: 31 March 2017. 
  52. Vinayak, V. V. (director) (2007). Yogi (motion picture) (in Telugu). Eeshwari Films. 
  53. "Dubai Seenu". Sify. 8 June 2007. http://www.sify.com/movies/dubai-seenu-review-telugu-pclwqmebjfiej.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  54. "Nayanthara turns item girl?". The Times of India. http://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Nayanthara-turns-item-girl/articleshow/5330801.cms। আহৰণ কৰা হৈছে: 30 March 2017. 
  55. Rajamani, Radhika (12 October 2007). "Thulasi: A hardcore cliched affair". Rediff.com. http://www.rediff.com/movies/review/thulasi/20071012.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  56. "Billa". Sify. 14 December 2007. http://www.sify.com/movies/billa-review-tamil-pclw1odabebdb.html। আহৰণ কৰা হৈছে: 29 March 2017. 
  57. Rangarajan, Malathi (11 April 2008). "Good, bad, average — Yaaradi Nee Mohini". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/Good-bad-average-Yaaradi-Nee-Mohini/article15398277.ece. 
  58. Rajamani, Radhika (1 August 2008). "Rajni, Jagapathi Babu shine". Rediff.com. http://www.rediff.com/movies/2008/aug/01ssk2.htm। আহৰণ কৰা হৈছে: 25 March 2017. 
  59. Srinivasan, Pavithra (14 August 2008). "No good, not good at all". Rediff.com. http://www.rediff.com/movies/2008/aug/14sss.htm। আহৰণ কৰা হৈছে: 29 March 2017. 
  60. "'Salute' Review: Boring And Pestering". greatandhra.com. http://www.greatandhra.com/movies/reviews/salute-review-boring-and-pestering--9228.html। আহৰণ কৰা হৈছে: 29 March 2017. 
  61. "Aegan". Sify. 25 October 2008. http://www.sify.com/movies/aegan-review-tamil-pclwNtjjgdffc.html। আহৰণ কৰা হৈছে: 29 March 2017. 
  62. "Adventures of a Tamil James Bond". Rediff.com. 12 January 2009. http://www.rediff.com/movies/2009/jan/12villu-tamil-review.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  63. "Ravi Teja steals the show in Anjaneyulu". Rediff.com. 12 August 2009. http://www.rediff.com/movies/review/telugu-movie-review-anjaneyulu/20090812.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  64. "Aadhavan is clean fun". Rediff.com. 17 October 2009. http://movies.rediff.com/review/2009/oct/17/aadhavan-is-clean-fun.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  65. "Adhurs". Sify. 14 January 2010. http://www.sify.com/movies/adhurs-review-telugu-pclxz5aghhgbb.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  66. "This Bodyguard is no fun". Rediff.com. 25 January 2010. http://movies.rediff.com/report/2010/jan/25/south-malayalam-review-bodyguard.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  67. "Nayanthara does a cameo in Goa". Sify. 7 November 2009. http://www.sify.com/movies/nayanthara-does-a-cameo-in-goa-news-tamil-kkfrruchcajsi.html। আহৰণ কৰা হৈছে: 25 March 2017. 
  68. "Simha". Rotten Tomatoes. https://www.rottentomatoes.com/m/simha। আহৰণ কৰা হৈছে: 30 March 2017. 
  69. Sanjeevee, S. (15 September 2010). "Laugh riot". The Hindu. http://www.thehindu.com/features/metroplus/nxg/Laugh-riot/article15943341.ece. 
  70. Nagarajan, Saraswathy (19 May 2010). "Electrifying Elektra". The Hindu. http://www.thehindu.com/features/metroplus/Electrifying-Elektra/article16303349.ece. 
  71. "Upendra is super!". Rediff.com. 3 December 2010. http://www.rediff.com/movies/review/south-review-super/20101203.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  72. "Telugu Review: 'Sri Rama Rajyam' is a must watch". CNN-News18. 20 November 2011. http://www.news18.com/news/india/telugu-review-sri-rama-rajyam-is-a-must-watch-420645.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  73. Pasupulate, Karthik (30 November 2012). "Krishnam Vande Jagadgurum Movie Review". The Times of India. http://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/krishnam-vande-jagadgurum/movie-review/17429764.cms। আহৰণ কৰা হৈছে: 30 March 2017. 
  74. "Nayanthara's 'Ethir Neechal' cameo becomes a big hit!". Sify. 7 May 2013. http://www.sify.com/movies/nayanthara-s-ethir-neechal-cameo-becomes-a-big-hit-news-tamil-nfhswSchajesi.html। আহৰণ কৰা হৈছে: 25 March 2017. 
  75. "Greeku Veerudu: We are family". The Hindu. 3 May 2013. http://www.thehindu.com/features/cinema/cinema-reviews/greeku-veerudu-we-are-family/article4680288.ece। আহৰণ কৰা হৈছে: 29 March 2017. 
  76. Kamath, Sudhish (28 September 2013). "Raja Rani: Boy, Girl, Her Ex and His". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/raja-rani-boy-girl-her-ex-and-his/article5179239.ece. 
  77. Prakash, R. S.. "Movie review: Aarambam". Bangalore Mirror. http://bangaloremirror.indiatimes.com/entertainment/reviews/ajith-arya-nayantara-tapsee-rana-daggubatti-kishore-atul-kulkarni-mahesh-manjrekar/articleshow/25072582.cms?। আহৰণ কৰা হৈছে: 29 March 2017. 
  78. Rangan, Baradwaj (15 February 2014). "Idhu Kathirvelan Kadhal: Laughing through tears". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/idhu-kathirvelan-kadhal-laughing-through-tears/article5693221.ece। আহৰণ কৰা হৈছে: 30 March 2017. 
  79. "Movie review 'Anaamika': Nayanthara steals the show". Deccan Chronicle. 2 May 2014. http://www.deccanchronicle.com/140501/entertainment-movie-review/article/movie-review-anaamika-nayanthara-steals-show। আহৰণ কৰা হৈছে: 29 March 2017. 
  80. "Nee Enge En Anbe Movie Review". The Times of India. http://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/nee-enge-en-anbe/movie-review/34544617.cms। আহৰণ কৰা হৈছে: 29 March 2017. 
  81. "'Nannbenda' (Nanbenda) Movie Review: Watch Only If You Badly Crave to See Nayanthara Onscreen". International Business Times. 2 April 2015. http://www.ibtimes.co.in/nannbenda-movie-review-live-updates-udayanidhi-stalin-nayanthara-starrer-627889। আহৰণ কৰা হৈছে: 29 March 2017. 
  82. "Bhaskar The Rascal review". Sify. 15 April 2015. http://www.sify.com/movies/bhaskar-the-rascal-review-malayalam-pepvlkcfdgfae.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  83. Bhaskaran, Gautaman (30 May 2015). "Massu Engira Maasilamani Movie Review". Hindustan Times. https://www.hindustantimes.com/movie-reviews/massu-engira-masilamani-review-suriya-impresses-rest-predictable/story-UnM6grSoCWdtKRbSZs3mfM.html. 
  84. Rangan, Baradwaj (28 August 2015). "Thani Oruvan: a pretty smart, pulpy thriller". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/Thani-Oruvan-a-pretty-smart-pulpy-thriller/article10343899.ece. 
  85. Saraswathi, S (18 September 2015). "Review: Maya is a truly haunting experience". Rediff.com. http://www.rediff.com/movies/review/review-maya-is-a-truly-haunting-experience/20150918.htm। আহৰণ কৰা হৈছে: 25 March 2017. 
  86. "Life of Josutty". Sify. 25 September 2015. http://www.sify.com/movies/life-of-josutty-review-malayalam-pjzo6mjbdgcib.html। আহৰণ কৰা হৈছে: 25 March 2017. 
  87. "Naanum Rowdy Dhaan". Sify. 21 October 2015. http://www.sify.com/movies/naanum-rowdy-dhaan-review--pkvrJajfiggeg.html। আহৰণ কৰা হৈছে: 27 March 2017. 
  88. "Review: Watch Puthiya Niyamam for Nayanthara". Rediff.com. 13 February 2016. http://www.rediff.com/movies/review/review-watch-puthiya-niyamam-for-nayanthara/20160213.htm। আহৰণ কৰা হৈছে: 30 March 2017. 
  89. Rangan, Baradwaj (27 May 2016). "Idhu Namma Aalu: True love". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/Idhu-Namma-Aalu-True-love/article14342478.ece. 
  90. Bhaskaran, Gautaman (5 August 2016). "Thirunaal review: This Jiiva-Nayanthara starrer is a romp of rowdies". Hindustan Times. http://www.hindustantimes.com/movie-reviews/thirunaal-review-this-jiiva-nayanthara-starrer-is-a-romp-of-rowdies/story-5RVeLqugPXnHFJf2SNLeON.html. 
  91. "Babu Bangaram review: This Venkatesh, Nayanthara starrer is a let down". Firstpost. 12 August 2016. http://www.firstpost.com/entertainment/babu-bangaram-review-this-venkatesh-nayanthara-starrer-is-a-let-down-2952224.html। আহৰণ কৰা হৈছে: 30 March 2017. 
  92. "Iru Mugan movie review: Vikram-starrer is not the Onam gift we were hoping for". The Indian Express. 8 September 2016. http://indianexpress.com/article/entertainment/movie-review/iru-mugan-movie-review-inkokkadu-vikram-onam-star-rating-3020513/. 
  93. "Review: Kaashmora is a fun watch". Rediff.com. 30 October 2016. http://www.rediff.com/movies/report/review-kaashmora-is-a-fun-watch/20161030.htm। আহৰণ কৰা হৈছে: 28 March 2017. 
  94. Thimmayya, Daniel (31 March 2017). "Dora Review: A canine-car-horror flick that is all smoke and talk without the torque". The Indian Express. Archived from the original on 31 March 2017. https://archive.ph/20170331143920/http://www.newindianexpress.com/entertainment/review/2017/mar/31/dora-review-a-canine-car-horror-flick-that-is-all-smoke-and-talk-without-the-torque-1588233--1.html. 
  95. Manoj Kumar, R (10 November 2017). "Aramm movie review: This Nayanthara starrer is hard-hitting". The Indian Express. http://indianexpress.com/article/entertainment/movie-review/aramm-movie-review-nayanthara-star-rating-aram-4930765/. 
  96. "Velaikkaran review- An honest film that hits the right notes". Sify. 22 December 2017. http://www.sify.com/movies/velaikkaran-review--an-honest-film-that-hits-the-right-notes-review-tamil-rmwljKdhcehdb.html. 
  97. Manoj Kumar, R (12 January 2018). "Jai Simha movie review: The Balakrishna and KS Ravikumar film is old wine in a new bottle". The Indian Express. http://indianexpress.com/article/entertainment/movie-review/jai-simha-movie-review-balakrishna-nayanthara-star-rating-5021508/. 
  98. Upadhyaya, Prakash (17 August 2018). "Kolamavu Kokila movie review and ratings by audience: Live update". International Business Times (India). https://www.ibtimes.co.in/kolamavu-kokila-movie-review-ratings-live-audience-response-777978. 
  99. Upadhyaya, Prakash (30 August 2018). "Imaikkaa Nodigal movie review and ratings: Live audience response". International Business Times (India). https://www.ibtimes.co.in/imaikkaa-nodigal-movie-review-ratings-live-audience-response-779074. 
  100. Menon, Thinkal (10 January 2019). "Viswasam Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/viswasam/movie-review/67464159.cms. 
  101. Janani, K. (28 March 2019). "Airaa Movie Review: Nayanthara kisses goodbye to logic in latest horror flick". India Today. https://www.indiatoday.in/movies/reviews/story/airaa-movie-review-nayanthara-kisses-goodbye-to-logic-in-latest-horror-flick-1488262-2019-03-28. 
  102. Menon, Thinkal (17 May 2019). "Mr. Local Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/mr-local/movie-review/69369839.cms. 
  103. Suganth, M. (10 August 2019). "Kolaiyuthir Kalam Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/kolaiyuthir-kalam/movie-review/70617173.cms. 
  104. "Love Action Drama: what to expect from Nivin Pauly-Nayanthara movie" (en ভাষাত). Manorama Online. 5 September 2019. https://english.manoramaonline.com/entertainment/movie-reviews/2019/09/04/love-action-drama-nivin-pauly-nayanthara-movie-review-rating-updates.html। আহৰণ কৰা হৈছে: 5 September 2019. 
  105. Nyayapati, Neeshita (2 October 2019). "Sye Raa Narasimha Reddy Movie Review : Chiranjeevi's show all the way". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/sye-raa-narasimha-reddy/movie-review/71402442.cms. 
  106. "Bigil Movie Review : Thalapathy Vijay starrer is an engaging entertainer". The Times of India. 25 October 2019. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/bigil/movie-review/71750608.cms. 
  107. "Rajinikanth starts Darbar shoot in Mumbai". The Indian Express. 10 April 2019. https://indianexpress.com/photos/entertainment-gallery/rajinikanth-starts-darbar-shoot-in-mumbai-ar-murugadoss-5668255/. 
  108. "Second schedule of Nayanthara's 'Netrikann' starts today". The Times of India. 18 October 2019. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/second-schedule-of-nayantharas-netrikann-starts-today/articleshow/71645744.cms. 
  109. Suganth, M (1 March 2020). "This will be a 100% saami padam: RJ Balaji". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/this-will-be-a-100-saami-padam-rj-balaji/articleshow/74416145.cms। আহৰণ কৰা হৈছে: 24 March 2020. 
  110. "Rajinikanth’s next film titled Annaatthe". The Hindu. 25 February 2020. https://www.thehindu.com/news/cities/chennai/rajinikanths-next-film-titled-annaatthe/article30907739.ece. 
  111. @Rowdy_Pictures (February 14, 2020). "Valentine's Day with oru kutti surprise ❤️ Lots of love & tonnes of fun coming your way! #KaathuvaakulaRenduKaadhal #KRK @VijaySethuOffl #Nayanthara @anirudhofficial @Samanthaprabhu2 @VigneshShivN @Lalit_SevenScr @iamarunviswa @7screenstudio @gopiprasannaa @sureshchandraa". https://twitter.com/Rowdy_Pictures/status/1228241360571908097. 

বাহ্যিক সংযোগ সম্পাদনা কৰক