নীলাচল (বাতৰি কাকত)

বাতৰি কাকত

নীলাচল (ইংৰাজী: Nilachal) হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন বাতৰি কাকত। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক।[1] পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা দৈনিক বাতৰি, নতুন অসমীয়া, প্ৰকাশ, সাতসৰী আদি যি সমূহ কাকত-আলোচনী আছে; তাৰ মাজত নীলাচলৰ স্থান উল্লেখযোগ্য।[2]

নীলচল
প্ৰকাৰ বাতৰি কাকত
ফৰমেট মজলীয়া পৃষ্ঠা
সম্পাদক হোমেন বৰগোহাঞি
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম

প্ৰকাশ সম্পাদনা কৰক

নীলাচল কাকতখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬২ চনত। [2]


লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ষ্টাফ ৰিপৰ্টাৰ (১৩ মে', ২০২১). "মহাজীৱনৰ অস্তৰাগ". অসমীয়া প্ৰতিদিন. 
  2. 2.0 2.1 প্ৰতাপ বৰদলৈ (অক্টোবৰ, ২০১২). ইতিহাসৰ পাতত অসমৰ সংবাদ আৰু সাংবাদিকতা. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৩৩.