পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা
পদ্মভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।[1]
তালিকা[2]
সম্পাদনা কৰক# | চন | ব্যক্তিৰ নাম | আলোকচিত্ৰ | অৱদানৰ ক্ষেত্ৰ |
---|---|---|---|---|
১ | ১৯৬৩ | অমিয় কুমাৰ দাস | সমাজসেৱা | |
২ | ১৯৬৭ | কৃষ্ণকান্ত সন্দিকৈ | সাহিত্য আৰু শিক্ষা | |
৩ | ১৯৭৬ | নৱকান্ত বৰুৱা | সাহিত্য আৰু শিক্ষা | |
৪ | ১৯৮৩ | বেণুধৰ শৰ্মা | সাহিত্য আৰু শিক্ষা | |
৫ | ১৯৯২ | বিজয় চন্দ্ৰ ভাগৱতী | জননীতি | |
৬ | ১৯৯২ | চৈয়দ আব্দুল মালিক | সাহিত্য আৰু শিক্ষা | |
৭ | ১৯৯৯ | পুষ্পলতা দাস | সমাজসেৱা | |
৮ | ২০০১ | ভূপেন হাজৰিকা | কলা | |
৯ | ২০০৫ | মৃণাল মিৰি | সাহিত্য আৰু শিক্ষা | |
১০ | ২০০৭ | চন্দ্ৰপ্ৰসাদ শইকীয়া | সাহিত্য আৰু শিক্ষা | |
১১ | ২০১৪ | পাৰবীন চুলতানা | কলা | |
১২ | ২০১৫ | জাহ্নু বৰুৱা | কলা[3] | |
১৩ | ২০২১ | তৰুণ গগৈ | প্ৰশাসনিক সেৱা[4] |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ List of Padma Bhushan award winers - English Wikipedia
- ↑ "পদ্মভূষণ বিজয়ীৰ বিতং তালিকা". MINISTRY OF HOME AFFAIRS. Archived from the original on 2015-10-15. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 9 জানুৱাৰী 2015.
- ↑ "পদ্ম বিজয়ী তালিকা ২০১৫". Archived from the original on 2015-01-27. https://web.archive.org/web/20150127225955/http://ibnlive.in.com/news/full-list-padma-awards-2015/524838-3.html। আহৰণ কৰা হৈছে: 2015-01-29.
- ↑ "Padma Awards: 2021" (PDF). Ministry of Home Affairs (India). 25 January 2021. https://www.mha.gov.in/sites/default/files/2021AwardeesList_25012021_0.pdf। আহৰণ কৰা হৈছে: 26 January 2021.