প্ৰতিদান (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৮৭)
(প্ৰতিদানৰ পৰা পুনঃনিৰ্দেশিত)
|
প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমীয়া চলচ্চিত্ৰ।এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ।পৰিচালনা দাৰা আহমেদ।মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল।অভিনয়ত আছিল নিপন গোস্বামী,বিদ্যা ৰাও,ব্ৰজেন বৰা,প্ৰাঞ্জল শইকিয়া আদি।
প্ৰতিদান | |
---|---|
![]() | |
পৰিচালক | দাৰা আহমেদ |
ৰচনা | প্ৰমোদ বৰুৱা |
চিত্ৰনাট্য | প্ৰমোদ বৰুৱা |
কাহিনী | প্ৰমোদ বৰুৱা |
প্ৰযোজক | প্ৰমোদ বৰুৱা |
অভিনয়ত | ব্ৰজেন বৰা বিদ্যা ৰাও প্ৰাঞ্জল শইকীয়া ৰিমঝিম বৰুৱা (তলত চাওক) |
চিত্ৰগ্ৰহণকাৰী | বিজয় আনন্দ চাব্ৰেৱাল (মুম্বাই) |
সম্পাদনা | এ.সঞ্জিৱী (চেন্নাই) |
সংগীত পৰিচালক | ভূপেন উজীৰ |
প্ৰযোজনা কোম্পানী |
|
পৰিবেশক | ব্ৰজৰঙ্গ ফিল্মচ, গুৱাহাটী |
মুক্তি |
১১ ডিচেম্বৰ, ১৯৮৭ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ছবিখনৰ কাহিনী সম্পাদনা কৰক
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অভিনয়ত সম্পাদনা কৰক
- নিপন গোস্বামী
- ব্ৰজেন বৰা
- বিদ্যা ৰাও
- প্ৰাঞ্জল শইকীয়া
- ৰিমঝিম বৰুৱা
- আব্দুল মজিদ
- প্ৰমোদ বৰুৱা
- দ্বিজেন মহন্ত
- হেমা শৰ্মা
- দিনেশ দাস
- অৰুণ বেজবৰুৱা
- অমূল্য কাকতি
কলা-কুশলী সম্পাদনা কৰক
(তথ্যপেৰাত উল্লেখ নথকা)
- সহকাৰী পৰিচালক: জয়ন্ত নাথ,দ্বিজেন মহন্ত আৰু প্ৰাঞ্জলপ্ৰতিম নেওগ।
- শব্দযন্ত্ৰী: অনিল তালুকদাৰ,যতীন শৰ্মা,নাজু।
- ৰূপসজ্জা: বংশী দাস
ৰাইজৰ সঁহাৰি সম্পাদনা কৰক
এই ছবি মুক্তি পোৱাৰ পিছত ৰাইজৰ বিপুল সহাৰি পাইছিল।সেই সময়ত গুৱাহাটীৰ কেবাটাও ছবিঘৰত এই ছবি পূৰ্ণপ্ৰেক্ষাগৃহ দৰ্শকৰে চলিছিল।