প্ৰহস্ত
ৰামায়ণৰ চৰিত্ৰ
হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (ইংৰাজী: Prahasta, সংস্কৃত: प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।[2] পৰজনমত তেওঁ মহাভাৰতৰ দুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰহস্ত | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | সুমালী (পিতৃ) কেতুমতী (মাতৃ) |
সন্তান | জম্বুমালী[1] |
কিংবদন্তি
সম্পাদনা কৰকপ্ৰহস্ত সুমালী আৰু কেতুমতীৰ দহজন পুত্ৰৰ ভিতৰৰ এজন আছিল। তেওঁৰ চাৰিজন ভনীও আছিল। তেওঁলোকৰ ভিতৰত এজন আছিল ৰাৱণৰ মাতৃ কৈকেষী।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=Jambumali&pg=PA200.
- ↑ 2.0 2.1 Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=Prahasta&pg=PA200.