ফ'কাছ এন.ই.
ফ'কাছ এন.ই. (ইংৰাজী: Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট নিউজ চেনেল[1] আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।[1]। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।
ফ'কাছ এন.ই. | |
---|---|
এন.ই.টিভিৰ প্ৰতীক | |
উদ্বোধন | ২০০৩ |
বন্ধ | ২০১৫ |
গৰাকী | পজিটিভ টেলিভিজন প্ৰাইভেট লিমিটেড |
শ্ল'গান | Follow the leader |
দেশ | ভাৰত |
ভাষা | অসমীয়া, বাংলা, ইংৰাজী, হিন্দী |
সম্প্ৰচাৰৰ অঞ্চল | উত্তৰ-পূব ভাৰত |
মুখ্য কাৰ্যালয় | এ.কে. আজাদ ৰ'ড, ৰিহাবাৰী, গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | ফ'কাছ হাই-ফাই, ফ'কাছ বাংলা, হাই টিভি, ফ'কাছ টিভি, হমাৰ টিভি |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | চেনেল ৭৮০ |
ডিচ টিভি (ভাৰত) | চেনেল ৮৫৫ |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ৬২০ |
টাটা স্কাই (ভাৰত) | চেনেল ৯৯৩ |
চান ডাইৰেক্ট (ভাৰত) | চেনেল ৬৯১ |
ভিডিঅ'কন ডি 2এইচ (ভাৰত) | চেনেল ৭৬৭[1] |
উল্লেখযোগ্য অনুষ্ঠান
সম্পাদনা কৰকএই নিউজ চেনেলটোত দৈনিক বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য অনুষ্ঠান সমূহ হৈছে -
- গুড মৰ্ণিং নৰ্থ ইষ্ট
- খিচিৰি সংবাদ
- ভাগ্য লিপি
- বিস্মিত এপলক
- ফ'কাছ গুৱাহাটী
- সুৰৰ পানচৈ
- এন.ই. টিভি ষ্টেডিয়াম
- ৰামধেনু
- ৰংচ'ৰা
- ইতিবাচক... ভাল খবৰ
- ফ'কাছ এন.ই. অপাৰেশ্যন
- TV য়ে TV য়ে
- বক্স অফিচ মিটাৰ
- ভয়েচ অব অসম
উপলব্ধতা
সম্পাদনা কৰকডি টি এইচ | ছেনেল ক্ৰমাংক |
---|---|
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | ৬২০ |
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | ৭৮০ |
ডিছ টিভি (ভাৰত) | ৮৫৫ |
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | ৬৯১ |
টাটা স্কাই (ভাৰত) | ৯৯৩ |
ভিডিঅ'কন ডি 2এইচ (ভাৰত) | ৭৬৭ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "এন ই টি ভি". P O S I T I V T E L E V I S I O N P V T . LT D.. NE Television. ২০০৫-০৬. http://www.netvindia.com/। আহৰণ কৰা হৈছে: September 26, 2012.