বাৰ্তা:দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)

দীননাথ শৰ্মা বুলি আন এটা প্ৰবন্ধ থকা বাবে এইটোৰ শিৰোনামত "ডা:" লগাই দিলোঁ। আন কিবা উপায়? — গীতাৰ্থ বৰদলৈ (talk)

সাঁচ:about ব্যৱহাৰ কৰা উচিত হ’ব| নামটোৰ আগত ডা: টো দেখাত বেয়া লাগিছে| আনহাতে দুয়োজনেই সাহিত্যিক, গতিকে এখেতৰ নামৰ পাছত (চিকিত্সক) লগাই দিলে কেনে হয়? অৰ্থাত দীননাথ শৰ্মা (চিকিৎসক)| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:49, 12 জুন 2012 (UTC)
বেয়াতো দেখাইছে। নামৰ পিছত "চিকিৎসক" লগাম বুলি ঠিক কৰিও ভাবিলোঁ যে তেখেততো চিকিৎসক হিচাপে নহয়, আৱাহনৰ সম্পাদক হিচাপেহে জনাজাত! উদ্দীপ দা বা অঞ্জল দাই কিবা ভাল সমাধান নিশ্চয় দিব! — গীতাৰ্থ বৰদলৈ (talk) 14:57, 12 জুন 2012 (UTC)
ইংৰাজীখনত এনেকুৱা অসুবিধা হ'লে জন্মচন বা বিশেষ চিনাকি (যেনে আৱাহনৰ সম্পাদক) এনেকৈ দি দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা প্ৰস্তুত কৰে। আমিও সেইটো কৰিব পাৰোঁ নেকি?উদ্দীপতালুকদাৰ (talk) 13:26, 13 জুন 2012 (UTC)
দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা পাৰোঁ কৰিব, কিন্তু ইয়াত মই প্ৰবন্ধৰ শিৰোনামৰ কথাহে সুধিছিলোঁ। "দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)" কৰিব পাৰি। দুটা নামৰ মাজতহে খেলিমেলি হোৱা বাবে বিষ্ণু দাই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাৰ সলনি about সাঁচ ব্যৱহাৰ কৰিব খুজিছে। — গীতাৰ্থ বৰদলৈ (talk) 15:47, 13 জুন 2012 (UTC)
নামটোৰ আগত ডাঃ আদি দিলে বিচাৰিবলৈ অসুবিধা হয়৷ গতিকে "দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)" এনেদৰেই কৰি থোৱা ভাল হ'ব৷ Anjal Borah (talk) 04:53, 14 জুন 2012 (UTC)
"দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)" পৃষ্ঠালৈ উভতি যাওক।