ব্যৱহাৰ সম্পাদনা কৰক

নানা ৰোগৰ চিকিৎসাত বনশাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া ইয়াত থকা উচিতনে? মোৰ মতে নহয়। — গীতাৰ্থ বৰদলৈ (talk) 18:52, 10 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, তাৰবাবে বনদৰৱ বুলি বেলেগ প্ৰবন্ধ থাকিব পাৰে। দিব্য দত্ত (বাৰ্তা) 07:28, 11 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
থাকিব নালাগে। এনেবোৰ তথ্য misleading হ'ব পাৰে। ইয়াত তথ্যবোৰ মূলতঃ single source-ৰ পৰা লোৱা হৈছে। এনে গুৰুত্বপূৰ্ণ তথ্যৰ বাবে এয়া প্ৰহণযোগ্য নহয়। --SlowPhoton (talk) 08:46, 11 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
উক্ত পাঠখিনি লুকুৱাই থ'লোঁ। লেখাটোতো হাত ফুৰাব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 13:27, 11 September 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বনশাক" পৃষ্ঠালৈ উভতি যাওক।