বাৰ্তা:বাঁহ-গোসাঁই উৎসৱ

এই পৃষ্ঠাখন শৰণীয়া কছাৰী‎ পৃষ্ঠাখনৰ পৰা কিয় বাঁহ-গোসাঁই উৎসৰৱ শিৰোনামলৈ স্থানান্তৰ কৰা হ’ল ? মোৰ বোধেৰে পৃষ্ঠাখন শৰণীয়া কছাৰী নামতেই উপযুক্ত আছিল কাৰণ বাঁহ-গোসাঁই উৎসৱ সম্পৰ্কে প্ৰবন্ধটোত দুটামান শাৰীৰ বাবে বাকীবোৰ তথ্য শৰণীয়া কছাৰীসকলৰ বিষয়েই আছে| পুণৰ আন এটা ভুল হ’ল পৃষ্ঠাৰ পৰা কপি কৰি বাঁহ-গোসাঁই উৎসৱত পেষ্ট কৰাটো, যাৰ ফলত প্ৰকৃত লিখকৰ নামটো হেৰাই গৈছিল| অদ্যমি মই চালিজাৰি পুণৰ স্থানান্তৰযোগে উদ্ধাৰ কৰিলো| শেষত মই শৰণীয়া কছাৰী পৃষ্ঠাখনলৈ পুণৰ স্থানান্তৰ কৰাৰ লগতে বাঁহ-গোসাঁই উৎসৱক এটা পোখালি হিচাপে গঢ় দিবলৈ প্ৰস্তাৱ দিলো | বিষ্ণু শইকীয়া 16:18, 24 মে' 2013 (UTC)

আপোনাৰ কিবা এটা ভুল হ'ল নেকি! ম‍ই "শৰণীয়া কছাৰী" প্ৰবন্ধটো স্থানান্তৰ কৰা নাছিলোঁ। তাৰপৰা "বাঁহ-গোসাঁই উৎসৱ"ৰ কথাখিনি আঁতৰাই সেই নামেৰে আন এটা প্ৰবন্ধহে কৰি দিছিলোঁ। এতিয়া আপুনি সালসলনি কৰাৰ পিছত দুয়োটা প্ৰবন্ধতে একেখিনি কথাই আছে! — গীতাৰ্থ বৰদলৈ (talk) 16:29, 24 মে' 2013 (UTC)
ইতিহাসত পোৱা নাযাব বাবে বৰ্তমান এই বিষয়ত স্প্ষ্ট মন্তব্য দিব নোৱাৰিম| যি কি নহওঁক, প্ৰবন্ধকেইটা ঠিক ঠাক কৰিলো | বিষ্ণু শইকীয়া 15:16, 25 মে' 2013 (UTC)

বাঁহ-গোসাই উত্‍সৱ দেখা নাই। ইয়াত ভঠেলিক বাঁহ-গোসাই উত্‍সৱ বোলা হৈছে নেকি বাৰু? Nayanjyoti sarma (talk) 00:37, 26 মে' 2013 (UTC)

"বাঁহ-গোসাঁই উৎসৱ" পৃষ্ঠালৈ উভতি যাওক।