বাৰ্তা:মোহনদাস কৰমচান্দ গান্ধী
মোহনদাস কৰমচান্দ গান্ধী
সম্পাদনা কৰকৱিকিপিডিয়াত প্রবন্ধৰ নামত সন্মানীয় খিতাপবোৰ লিখিব পাৰি জানো? প্রভাকৰ শৰ্মা নেওগ 10:06, 19 ডিচেম্বৰ 2011 (UTC)
মোহনদাস কৰমচাঁদ গান্ধী
সম্পাদনা কৰককৰমচান্দ শুদ্ধ নহয়, কৰমচাঁদ হে শুদ্ধ। Debanjan ray (talk) 05:05, 22 মাৰ্চ 2012 (UTC)
- দেৱনাগৰী আৰু IPA উচ্চাৰণ মতে কৰমচন্দ (বা কৰমচান্দ) হ'ব। অসমীয়া কিতাপবোৰত সম্ভৱ ভুলকৈ লিখা হৈছে। একেধৰণৰ উচ্চাৰণৰ উদাহৰণ হৈছে "चंद पंक्तियां" (চন্দ পংক্তিয়াঁ), "बूंदे" (বুন্দে) আদি। -- গীতাৰ্থ বৰদলৈ (talk) 09:45, 22 মাৰ্চ 2012 (UTC)
অনুবাদ
সম্পাদনা কৰকসদস্য:অনুবাদ/মোহনদাস কৰমচান্দ গান্ধী প্ৰবন্ধটোৰ বাকী অংশ আছে| অলপ অনুবাদৰ প্ৰয়োজন| বাংলা জনাসকলে অলপ কষ্ট কৰি প্ৰবন্ধটো উন্নীত কৰাত সহায় কৰিব পাৰে| বিষ্ণু শইকীয়া বাৰ্তা 22:28, 1 অক্টোবৰ 2012 (UTC)
ভাল প্ৰবন্ধ ?
সম্পাদনা কৰক মোহনদাস কৰমচান্দ গান্ধী বৰ্তমান ভাল প্ৰবন্ধ হিচাপে স্বীকৃতি দিবৰ বাবে মনোনয়ন কৰা হৈছে। Anyone who has not contributed significantly to (or nominated) this article may review it according to the good article criteria to decide whether or not to list it as a good article, as outlined on the nominations page. Reviewers: To start the review process, follow this link to create a dedicated subpage for the review. (If you have already done this, and the template has not changed, try this talk page.) Nominated by Bishnu Saikia at 18:17, 12 ফেব্ৰুৱাৰী 2013 (UTC) |