বিজনী মহাবিদ্যালয় ভাৰত-ভূটান সীমান্তত বিজনী নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[1][2]

বিজনী মহাবিদ্যালয়
মূলমন্ত্ৰ Learn, shine and live
স্থাপিত ১৯৬৯
ধৰণ স্নাতক(কলা)(বিজ্ঞান), স্নাতককোত্তৰ
ধৰ্মীয় ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
অধ্যক্ষ ডাঃ বীৰহাস গিৰি বসুমতাৰী
ৱেবছাইট bijnicollege.ac.in

১৯৬৯ চনত অসমৰ চিৰাং জিলাৰ বিজনীত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।

বিভাগসমূহ

সম্পাদনা কৰক

স্বীকৃতি

সম্পাদনা কৰক

২০১৭ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা ‘বি+’ গ্ৰেড মান্যতা প্ৰদান কৰা হৈছে। [3] মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে। [4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 11 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 11 July 2017. 
  3. "CCycle211587" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Bijni+College&Field3=Bijni&Field4=AS&Field5=Cycle2&Field6=11587। আহৰণ কৰা হৈছে: 11 July 2017. [সংযোগবিহীন উৎস]
  4. "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 11 July 2017.