সকলোবোৰ ৰাজহুৱা সূচী

অসমীয়া ৱিকিপিডিয়া সকলো ল’গৰ সন্মিলিত প্ৰদৰ্শন । আপুনি ল’গৰ প্ৰকাৰ, সদস্যৰ নাম বা পৃষ্ঠাটোৰ নাম নিৰ্বাচন কৰি প্ৰদৰ্শনটোৰ আকাৰ সৰু কৰিব পাৰে ।

অভিলেখ/ল'গ
  • 06:41, 19 May 2021 Anjelika saikia আলোচনা বৰঙণি created page অসমৰ পৰম্পৰাগত জীৱ জন্তুকেন্দিক খেল ধেমালি (*অসমৰ পৰম্পৰাগত জীৱ-জন্তুকেন্দ্ৰিক খেল-ধেমালি* লোকসংস্কৃতিৰ উপাদানৰাজিৰ চাৰিটা প্ৰধান ভাগৰ (লোকসাহিত্য বা বাচিক কলা, ভৌতিক সংস্কৃতি, সামাজিক লোকাচাৰ, লোকপৰিৱেশ্য কলা) ভিতৰুৱা সামাজিক লোকাচাৰ বা আচাৰ অনুষ্ঠানক আকৌ চাৰিটা উপভাগত ভগোৱা হৈছে । এই উপভাগকেইটাৰ ভিতৰত (লোকবিশ্বাস আৰু লোকধৰ্ম, লোকউৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোকচিকিৎসা) অৱসৰ বিনোদন আৰু খেল-ধেমালিয়ে পৃথিৱীৰ অন্যান্য ঠাই বা সমাজৰ দৰে অসমৰ লোকজীৱনতো অতি প্ৰাচীন কালৰপৰাই গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে । এই থলুৱা খে...)
  • 03:28, 14 May 2021 Anjelika saikia আলোচনা বৰঙণি created page ছংখং পূজা (পৰিচয় - কৃষি কাৰ্যৰ আৰম্ভণিৰ সময়ত অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকে বিভিন্ন উৎসৱ, পূজা পাতল পালন কৰি অহা দেখা গৈছে । এনে এটি কৃষিকাৰ্যৰ লগত জড়িত পূজা হৈছে ছংখং পূজা । ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায় । পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক । বিৱৰণ - ছংখং পূজা অনুষ্ঠিত হয় দুটি পৰ্বতত । প্ৰাৰম্ভিক পৰ্ব আৰু এটা মূল পৰ্ব । প্ৰাৰম্ভিক পৰ্বত তিৱা সমাজৰ বিষয়ববীয়াৰ নিৰ্দেশমতে ডেকাচাংৰ বিষয়াই ডেকাসকলৰ সৈতে পূজাৰস্থলী চাফচিকুণ কৰি নিৰ্মাণ কৰে । বিষয়ববীয়াসকলে পূ...)
  • 17:42, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page নাটুৱা ('''নাটুৱা''' পৰিচয় - অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এটি উল্লেখযোগ্য নাচ হৈছে নাটুৱা ।চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয় । তদুপৰি আন আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয় । '''বিৱৰণ''' নাটুৱাজনে ভাওনাত ভাৱৰীয়াই পিন্ধা পোছাক পিন্ধে আৰু মূৰত মুকুট থাকে । ভৰিত পিন্ধে:ঘুংগুৰ'(জুনুকা) । হাতত লয় ঢাল আৰু তৰোৱাল । নাটুৱাজনে বাদ্য আৰু গীতৰ ছেৱে ছেৱে এক বিশেষ ভংগিৰ নৃত্য পৰিৱেশন কৰে । এই নৃত্যত বজোৱা বাদ্যবোৰ হ'ল- ক)ভেঁড় (এক বিশেষ...)
  • 16:33, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page অগ্নিগড় বা অগ্নিগেৰা' (বৰ্ণনা - ইয়াক স্থাপন কৰা হয় - নামঘৰৰ কোঠাত । দুফালে দুটা খুঁটা থকা অলংকৃত তোৰণাকৃতিৰ কাঠেৰে সজা এই অগ্নিগড় কাঠচলাত নটা বা ততোধিক ফুটা থাকে । বাঁহৰ সৰু সৰু খুটিত মৰাপাট ,সূতা অথবা কাপোৰ মেৰিয়াই মিঠাতেলত তিয়াই উপৰি উক্ত ফুটাবোৰত সুমুৱাই জ্বলোৱা হয় । অগ্নিগড়ত ৯ অথবা ১২ ডাল শলিতা জ্বলোৱা প্ৰয়োজন , অধিক হ'লে আপত্তি নাই - কিন্তু কম হ'ব নোৱাৰে । ন ডাল, শলিতা নৱধা ভক্তিৰ প্ৰতীক আৰু বাৰডাল শলিতা হ'ল দ্বাদশস্কন্ধ ভাগৱত অথবা দ্বাদশাদিত্যৰ প্ৰতীক । অগ্নিগড়ৰ শলিতাবোৰত অগ্নি জ্বলোৱাৰ লগে লগে আৰ...)
  • 16:17, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page চলুং উৎসৱ (চলুং উৎসৱ পৰিচয় - অৰুণাচল প্ৰদেশৰ চিয়াং আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ অন্যতম উৎসৱ হ'ল চলুং উৎসৱ বা চলুং পূজা । চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক । জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে । বৰ্ণনা - চলুং উৎসৱৰ লগত জড়িত হৈ আছে আদি জনজাতি লোকসকলৰ পৌৰাণিক কাহিনী আৰু জনবিশ্বাস । চলুঙৰ অৰ্থ হ'ল মেথোনৰ জাক বা উৎসৱত ভাগ লোৱা মানুহৰ গোট । পৌৰাণিক আখ্যান মতে লিটুং বাবু আৰু লিমাং নানে নামৰ মহামাৰীয়ে আদি সমাজৰ...)
  • 15:52, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page চিক পুই ৰুই (চিক পুই ৰুই পৰিচয় - বৰ্তমান ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীয়ে শীতকালত উলহ- মালহেৰে পালন কৰা উল্লেখযোগ্য উৎসৱ হ'ল- চিক পুই ৰুই । ‌বৰ্ণনা - চিক পুই ৰুই উছৱৰ প্ৰাক্ মুহূৰ্তত গাঁৱৰ ডেকা- গাভৰুহঁতে লগ লাগি নৃত্য- গীতানুষ্ঠানৰ বাবে এটা নিৰ্দিষ্ট দিন থিক কৰি আটায়ে গৈ জ্যেষ্ঠ আৰু মুৰব্বীজনৰপৰা সন্মতি পোৱাৰ পাছত গীতৰ আখৰা দিব পৰা জাইপু নিৰ্বাচন কৰেগৈ । জাইপুৰ সন্মতি পোৱাৰ পাছত তেওঁৰ তলত দুজন জ্যেষ্ঠ লোকক বাচনি কৰি গাঁৱৰ প্ৰতিজন লোকেই চিক পুই নাচত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় । তেওঁলোকক স্থানীয় ভা...)
  • 15:07, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page অসমৰ পৰ্বত ভৈয়ামৰ বাদ্যযন্ত্ৰ (অসমৰ পৰ্বত ভৈয়ামৰ বাদ্যযন্ত্ৰ অসমত সংগীত বিদ্যাৰ চৰ্চা দীৰ্ঘদিনীয়া । শাস্ত্ৰীয় আৰু লোক সংগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰক ভাৰতীয় সংগীত শাস্ত্ৰৰ ভেঁটিত অনৱদ্ধ বা লয়যন্ত্ৰ , তত বা তাঁৰৰ যন্ত্ৰ, সুষিৰ বা বতাহেৰে সুৰৰ সৃষ্টি কৰা যন্ত্ৰ আৰু ঘন বা দুটা বস্তু সংঘাত কৰি বজোৱা যন্ত্ৰ এই চাৰিটা ভাগত ভগোৱা হৈছে । নাট্যশাস্ত্ৰত এই চাৰি বাদ্যৰ কথা উল্লেখ কৰি কৈছে -"ততং চৈবাৱনদ্ধং চ/ ঘনং সুষিৰমেব চ চতুৰ্বিধংতু বিজ্ঞেয় মাতোদং লক্ষণান্বিতম " । তলত চাৰি বাদ্যৰ বৰ্ণনা আগবঢ়োৱা হ'ল - ক ) আনদ্ধ...) টেগ্‌: ভিজুৱেলএডিটৰ: পৰিবৰ্তন
  • 14:16, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page কনাই (কনাই পৰিচয় - কনাই সম্পৰ্কে হেমকোষত আছে :' ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে ।' বৰ্ণনা - নামনি অসমত কনাইক কোৱা হয়- জননী বা গাজী ।কনাই (কা.কানাই) শব্দটো কৃষ্ণৰ পৰা অহা । জননী শব্দই মাতৃক আৰু গাজীয়ে অংকুৰ বা গজালি অৰ্থ সূচায় ।কনাই ছোৱালীৰ কোলাত দুটা উৎসৱ দিয়া হয় , ক) তোলনি বিয়া আৰু খ) শান্তি বিয়া । দুয়োটা নাৰী উৎসৱত দিয়া হয় - ছোৱালীৰ প্ৰথম কন্যা কাল হোৱা...) টেগ্‌: ভিজুৱেলএডিটৰ: পৰিবৰ্তন
  • 13:30, 13 May 2021 Anjelika saikia আলোচনা বৰঙণি created page সদস্য:Anjelika saikia (কনাই পৰিচয় -  কনাই সম্পৰ্কে হেমকোষত আছে :' ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে ।' বৰ্ণনা -  নামনি অসমত কনাইক কোৱা হয়- জননী বা গাজী ।কনাই (কা.কানাই)  শব্দটো কৃষ্ণৰ পৰা অহা । জননী শব্দই মাতৃক আৰু গাজীয়ে অংকুৰ বা গজালি অৰ্থ সূচায় ।কনাই ছোৱালীৰ কোলাত দুটা  উৎসৱ দিয়া হয় , ক) তোলনি বিয়া আৰু খ) শান্তি বিয়া । দুয়োটা নাৰী উৎসৱত দিয়া হয় - ছোৱালীৰ প্ৰথম কন্যা কাল হোৱ...) টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
  • 03:06, 1 May 2021 ব্যৱহাৰকাৰী একাউণ্ট Anjelika saikia আলোচনা বৰঙণি সৃষ্টি কৰা হ'ল টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা