ৱিকিপিডিয়াৰ প্ৰবন্ধশৈলী আৰু তথ্যউৎস সম্পাদনা কৰক

নমস্কাৰ Anjelika saikia। শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰবন্ধকেইটাৰ লেখনশৈলী ৱিকিপিডিয়াৰ নীতি অনুসৰি হোৱা নাই। ইয়াৰোপৰি তথ্যসূত্ৰ দিয়াৰ নিয়মো সঠিক হোৱা নাই। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। অনুগ্ৰহ কৰি পুনৰ কোনো নতুন প্ৰবন্ধ লিখাৰ আগেয়ে সহায়ৰ বাবে সহায়িকাখনত এবাৰ চকু ফুৰাব। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:46, 13 মে' 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.