বিশ্ব পৰ্যটন মূল্যাংকণ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়। এই প্ৰকাশনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ভূখণ্ডলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটনৰপৰা সংগ্ৰহ কৰা ৰাজহ আৰু পৰ্যটন ব্যয়ৰ হিচাপ চাই দেশসমূহৰ মূল্যাংকণ কৰি এখন ৰেংকিং তালিকা প্ৰস্তুত কৰা হয়।

২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন সম্পাদনা কৰক

২০১১ চনত সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা আছিল ৯৮৩ নিযুত, আৰু এই পৰিমাণ ২০১০ চনৰ ৯৪০ নিযুততকৈ ৪.৬% বেছি আছিল।[1][2] ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[3][4]

ৰেংক দেশ UNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
বৃদ্ধি
(2010 to
2011)
  ফ্ৰান্স ইউৰোপ ৭৯.৫ মিলিয়ন ৭৭.১ মিলিয়ন +৩.০%
  আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা ৬২.৩ মিলিয়ন ৫৯.৮ মিলিয়ন +৪.২%
  চীন এছিয়া ৫৭.৬ মিলিয়ন ৫৫.৭ মিলিয়ন +৩.৪%
  স্পেইন ইউৰোপ ৫৬.৭ মিলিয়ন ৫২.৭ মিলিয়ন +৭.৬%
  ইটালী ইউৰোপ ৪৬.১ মিলিয়ন ৪৩.৬ মিলিয়ন +৫.৭%
  তুৰস্ক ইউৰোপ ২৯.৩ মিলিয়ন ২৭.০ মিলিয়ন +৮.৭%
  যুক্তৰাজ্য ইউৰোপ ২৯.২ মিলিয়ন ২৮.৩ মিলিয়ন +৩.২%
  জাৰ্মানী ইউৰোপ ২৮.৪ মিলিয়ন ২৬.৯ মিলিয়ন +৫.৫%
  মালয়েছিয়া এছিয়া ২৪.৭ মিলিয়ন ২৪.৬ মিলিয়ন +০.৬%
১০   মেক্সিকো উত্তৰ আমেৰিকা ২৩.৪ মিলিয়ন ২৩.৩ মিলিয়ন +০.৫%
টোকা: সম্পূৰ্ণ ৰেংকিঙৰ কাৰণে UNWTO বিশ্ব পৰ্যটন বেৰোমিটাৰ চাওক।[2]


আফ্ৰিকা আৰু মধ্য পূব সম্পাদনা কৰক

আফ্ৰিকা সম্পাদনা কৰক

২০১১ চনতআফ্ৰিকালৈ ৫০.১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল আৰু এই পৰিমাণ ২০১০ চনৰ পৰিমাণতকৈ ০.৯% বেছি আছিল। ৰেংকিং তালিকাৰ আফ্ৰিকাৰ শীৰ্ষৰ ১০ খন দেশ আছিল:[2]

ৰেংক দেশ আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
  মৰক্কো ৯.৩৪ মিলিয়ন
  দক্ষিণ আফ্ৰিকা ৮.৩৪ মিলিয়ন
  তুনিছিয়া ৪.৭৮ মিলিয়ন
  আলজেৰিয়া ২.৪০ মিলিয়ন
  জিম্বাৱৱে ২.২৪ মিলিয়ন[5]
  বৎচোৱানা ২.১৫ মিলিয়ন
  মজাম্বিক ১.৭২ মিলিয়ন
  নাইজেৰিয়া ১.৫৬ মিলিয়ন
  কেনিয়া ১.৪৭ মিলিয়ন
১০   নামিবিয়া ০.৯৮ মিলিয়ন


মধ্য পূব সম্পাদনা কৰক

২০১১ চনত মধ্য পূবলৈ ৫৫.৪৪ নিযুততকৈও অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল,[note 1] আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৮% কম আছিল। ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2][6]

ৰেংক দেশ আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
  চৌদি আৰৱ ১৭.৩৪ মিলিয়ন
  ইজিপ্ত ৯.৫০ মিলিয়ন
  সংযুক্ত আৰৱ আমিৰাত ৮.১৩ মিলিয়ন[7]
  ছিৰিয়া|align="right"| 5.07 মিলিয়্ন
  বাহৰেইন ৪.৯৪ মিলিয়ন[8]
  জৰ্ডান ৩.৯৮ মিলিয়ন
  ইজৰাইল ২.৮২ মিলিয়ন (দিনৰ আগমণকাৰীসকলক বাদ দি)[9][note 2]
  কাটাৰ ১.৮৭ মিলিয়ন[10]
  লেবানন ১.৬৬ মিলিয়ন
১০   ওমান ১.৫২ মিলিয়ন[11]
টোকা
  1. UNWTO ই আফ্ৰিকা আৰু মধ্য পূবক একে ভূখণ্ড হিচাপে ধৰে।
  2. UNWTO ই ইজৰাইলক দক্ষিণ/মধ্য উপ ভূখণ্ড হিচাপে ধৰে।

আমেৰিকা সম্পাদনা কৰক

২০১১ চনত আমেৰিকালৈ ১৫৫.৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৩.৯% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংক দেশ আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
  আমেৰিকা যুক্তৰাষ্ট্ৰ ৬২.৩৩ মিলিয়ন
  মেক্সিকো ২৩.৪০ মিলিয়ন
  কানাডা ১৫.৯৮ মিলিয়ন
  আৰ্জেণ্টিনা ৫.৬৬ মিলিয়ন
  ব্ৰাজিল ৫.৪৩ মিলিয়ন
  ডমিনিকান গণৰাজ্য ৪.৩১ মিলিয়ন
  পুৱেৰ্ট’ ৰিক’ ৩.৬৮ মিলিয়ন[12]
  চিলি ৩.০৭ মিলিয়ন
  উৰুগুৱে ২.৮৬ মিলিয়ন
১০   কিউবা|align="right"|২.৬৯ মিলিয়ন

এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় সম্পাদনা কৰক

২০১১ চনত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহলৈ ২১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ হয়, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.১% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংক দেশ আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
  চীন ৫৭.৫৮ মিলিয়ন
  মালয়েছিয়া ২৪.৭১ মিলিয়ন
  হংকং ২২.৩২ মিলিয়ন
  থাইলেণ্ড ১৯.১০ মিলিয়ন
  মাকাও ১২.৯৩ মিলিয়ন
  ছিংগাপুৰ ১০.৩৯ মিলিয়ন
  দক্ষিণ কোৰিয়া ৯.৮০ মিলিয়ন
  ইণ্ডোনেছিয়া ৭.৬৫ মিলিয়ন
  ভাৰত ৬.২৯ মিলিয়ন
১০   জাপান ৬.২২ মিলিয়ন

ইউৰোপ সম্পাদনা কৰক

২০১১ চনত ইউৰোপলৈ ৫০৩.৯৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.২% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংক দেশ আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
  ফ্ৰান্স ৭৯.৫০ মিলিয়ন
  স্পেইন ৫৬.৬৯ মিলিয়ন
  ইটালী ৪৬.১২ মিলিয়ন
  তুৰস্ক ২৯.৩৪ মিলিয়ন
  যুক্তৰাজ্য ২৯.১৯ মিলিয়ন
  জাৰ্মানী ২৮.৩৫ মিলিয়ন
  অষ্ট্ৰিয়া ২৩.০১ মিলিয়ন
  ৰাছিয়া ২২.৬৯ মিলিয়ন
  ইউক্ৰেইন ২১.৪২ মিলিয়ন
১০   গ্ৰীচ ১৬.৪৩ মিলিয়ন

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১ সম্পাদনা কৰক

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১ চনত আগৰ বছৰতকৈ ৩.৮% বৃদ্ধি হৈ US$1.03 ট্ৰিলিয়ন (€740 বিলিয়ন) হয়গৈ।[1] বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত পৰ্যটন ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষ ১০ খন দেশৰ তালিকা তলত দিয়া হ'ল।

ৰেংক দেশ UNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটন
ৰাজহ
(২০১১)[13]
  আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা $১১৬.৩ বিলিয়ন
  স্পেইন ইউৰোপ $৫৯.৯ বিলিয়ন
  ফ্ৰান্স ইউৰোপ $৫৩.৮ বিলিয়ন
  চীন এছিয়া $৪৮.৫ বিলিয়ন
  ইটালী ইউৰোপ $৪৩.০ বিলিয়ন
  জাৰ্মানী ইউৰোপ $৩৮.৮ বিলিয়ন
  যুক্তৰাজ্য ইউৰোপ $৩৫.৯ বিলিয়ন
  অষ্ট্ৰেলিয়া ওছেনিয়া $৩১.৪ বিলিয়ন
  মাকাও (চীন) এছিয়া $২৭.৮ বিলিয়ন[14]
১০   হংকং (চীন) Asia $২৭.২ বিলিয়ন

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ব্যয় ২০১১ সম্পাদনা কৰক

বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা শীৰ্ষ ১০ খন দেশৰ তালিকা এনেধৰণৰ:[2]

ৰেংক দেশ UNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটন
ব্যয়
(২০১১)[2]
  জাৰ্মানী ইউৰোপ $৮৪.৩ বিলিয়ন
  আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা $৭৯.১ বিলিয়ন
  চীন এছিয়া $৭২.৬ বিলিয়ন
  যুক্তৰাজ্য ইউৰোপ $৫০.৬ বিলিয়ন
  ফ্ৰান্স ইউৰোপ $৪১.৭ বিলিয়ন
  কানাডা উত্তৰ আমেৰিকা $৩৩.০ বিলিয়ন
  ৰাছিয়া ইউৰোপ $৩২.৫ বিলিয়ন
  ইটালী ইউৰোপ $২৮.৭ বিলিয়ন
  জাপান এছিয়া $২৭.২ বিলিয়ন
১০   অষ্ট্ৰেলিয়া ওছেনিয়া $২৬.৯ বিলিয়ন


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "International tourism receipts surpass US$ 1 trillion in 2011" (Press release). UNWTO. 07 May 2012. Archived from the original on 16 March 2018. https://web.archive.org/web/20180316035644/http://media.unwto.org/en/press-release/2012-05-07/international-tourism-receipts-surpass-us-1-trillion-2011। আহৰণ কৰা হৈছে: 15 June 2012. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 "2012 Tourism Highlights". UNWTO. June 2012. Archived from the original on 9 July 2012. https://web.archive.org/web/20120709215809/http://mkt.unwto.org/sites/all/files/docpdf/unwtohighlights12enlr_1.pdf। আহৰণ কৰা হৈছে: 17 June 2012. 
  3. "Interim Update". UNWTO World Tourism Barometer (UNWTO). April 2011. Archived from the original on 1 January 2015. https://web.archive.org/web/20150101005051/http://www.unwto.org/facts/eng/pdf/barometer/UNWTO_Barom11_iu_april_excerpt.pdf। আহৰণ কৰা হৈছে: 26 June 2011. 
  4. "2011 Highlights". UNWTO World Tourism Highlights (UNWTO). June 2011. Archived from the original on 13 January 2012. https://web.archive.org/web/20120113021355/http://mkt.unwto.org/sites/all/files/docpdf/unwtohighlights11enlr.pdf। আহৰণ কৰা হৈছে: 2 July 2011. 
  5. Latest available statistics from 2010
  6. "Recovery Confirmed, but Growth Remains Uneven". UNWTO World Tourism Barometer (UNWTO) খণ্ড 8 (2). June 2010. Archived from the original on 3 September 2015. https://web.archive.org/web/20150903225411/http://www.unwto.org/facts/eng/pdf/barometer/UNWTO_Barom10_2_en.pdf। আহৰণ কৰা হৈছে: 20 June 2012. 
  7. Data is for Dubai only
  8. Latest available statistics from 2007
  9. "Table 2: Tourist Arrivals in Israel (1)". Israel Central Bureau of Statistics. http://www1.cbs.gov.il/hodaot2012n/28_12_146t2.pdf। আহৰণ কৰা হৈছে: 21 June 2012. 
  10. Latest available statistics from 2010
  11. Latest available statistics from 2009
  12. Latest available statistics from 2010
  13. "World's top destinations by international tourism receipts". World Tourism Barometer. UNWTO. May 2012. http://dtxtq4w60xqpw.cloudfront.net/sites/all/files/pdf/worlds_top_destinations_pr_27.pdf। আহৰণ কৰা হৈছে: 16 June 2012. 
  14. Latest available statistics from 2010

বাহ্যিক সংযোগ সম্পাদনা কৰক

সাঁচ:Tourism