ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ভাৰতীয় সংবিধানত থকা জৰুৰীকালীন ক্ষমতা সমুহ
প্ৰেক্ষাপট
সম্পাদনা কৰকইন্দিৰা গান্ধীৰ উত্থান
সম্পাদনা কৰক"Indira is India, India is Indira."
ৰাজনৈতিক অস্থিৰতা
সম্পাদনা কৰকবিৰোধ
সম্পাদনা কৰক১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচন
সম্পাদনা কৰক১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল। জয়প্ৰকাশ নাৰায়ণৰ প্ৰচেষ্টাত ভাৰতীয় লোকদলৰ নেতৃত্বত ইন্দিৰা বিৰোধী বিভিন্ন ৰাজনৈতিক দল লগলগাই গঠন কৰা জনতা মৰ্চাই ২৯৮খন আসন লাভ কৰিছিল। মোৰাৰজী দেশাইক মৰ্চাৰ নেতা নিৰ্বাচন কৰা হৈছিল আৰু তেনেকৈয়ে তেওঁ ভাৰতৰ প্ৰথমজন অনা-কংগ্ৰেছ প্ৰধানমন্ত্ৰী হৈছিল। নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জনতা মৰ্চাৰ দলবোৰ বিলুপ্তি ঘটাই জনতা পাৰ্টি গঠন কৰা হৈছিল। কংগ্ৰেছে পাইছিল মাত্ৰ ১৫৩খন আৰু হেৰুৱাবলগীয়া হৈছিল ১৯৭খন আসন। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে পৰাজয় বৰণ কৰিছিল।[2]
সংস্কৃতিত
সম্পাদনা কৰকসাহিত্যত
সম্পাদনা কৰকচলচ্চিত্ৰত
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰকঅন্যান্য উৎস
সম্পাদনা কৰক- Atul Kohli. Democracy and Discontent: India's Growing Crisis of Governability. Cambridge University Press. 1991. ISBN 0-521-39161-X.
- Atul Kohli (ed.). The Success of India's Democracy. Cambridge University Press. 2001 [2004]. ISBN 81-7596-107-4.
- B. G. Verghese Warrior of the Fourth Estate: Ramnath Goenka of the Express. Viking, Penguin India. 2005. ISBN 978-0-67005-842-6.
- Bipan Chandra et al. India Since Independence. Penguin India. 2008 . e-ISBN 978-81-8475-053-9.
- Durga Das Basu. Introduction to the Constitution of India. LexisNexis Butterworths. 1960 [20th edition, 2011 reprint]. ISBN 978-81-8038-559-9.
- Inder Malhotra. Indira Gandhi: A Personal and Political Biography. Hodder and Stoughton. 1989. ISBN 0-340-40540-6.
- Mary C. Carras. Indira Gandhi: In the Crucible of Leadership. Jaico Publishing House. 1979 [1980].
- Partha Chatterjee (scholar). Lineages of Political Society. Orient Blackswan. 2011. ISBN 81-7824-317-2.
- Partha Chatterjee (scholar). Empire and Nation: Essential Writings, 1985–2005. Orient Blackswan. 2010. ISBN 81-7824-267-2..
- Ramachandra Guha. India After Gandhi: The History of the World's Largest Democracy. HarperCollins. 2008. ISBN 978-0-330-50554-3.
- S. S. Gill. The Dynasty: A Political Biography of the Premier Ruling Family of Modern India. HarperCollins. 1996. ISBN 81-7223-245-4.
- Subhash C. Kashyap. Indian Constitution: Conflicts and Controversies. Vitasta Publishing. 2010. ISBN 978-81-89766-41-2.
- T. V. Sathyamurthy. State and Nation in the Context of Social Change. Oxford University Press. 1994. ISBN 0-19-563136-6.
লগতে চাওক
সম্পাদনা কৰক- Aaron S. Klieman. "Indira's India: Democracy and Crisis Government", Political Science Quarterly (1981) 96#2 pp. 241–259 in JSTOR
- Kuldip Nayar. The Judgement: Inside Story of the Emergency in India. 1977. Vikas Publishing House. ISBN 0-7069-0557-1.
- P. N. Dhar. Indira Gandhi, the "Emergency", and Indian Democracy (2000), 424pp
- Ramashray Roy and D. L. Sheth. "The 1977 Lok Sabha Election Outcome: The Salience of Changing Voter Alignments Since 1969," Political Science Review (1978), Vol. 17 Issue 3/4, pp. 51–63
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Telegram 8557 from the United States Embassy in India to the Department of State, June 27, 1975
- A. Z. Huq Democratic Norms, Human Rights and States of Emergency: Lessons from the Experience of Four Countries Archived 2020-07-10 at the Wayback Machine
- "Memories of a Father," a book by Eachara Varier, father of a student killed in police custody during the emergency Archived 2005-05-27 at the Wayback Machine