ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।[2] মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তকৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।

ভৌম ৰাজবংশ
পোৰাণিক

???
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী) [1]
চৰকাৰ ৰাজতন্ত্ৰ
মহাৰাজ নৰকাসুৰ
ভগদত্ত
কাল লৌহ যুগ
 - স্থাপিত ???
 - পতন ???
Warning: Value specified for "continent" does not comply

দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহনৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।[2] কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।[3] সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।

শাসকসকল সম্পাদনা কৰক

Name succession Queen
1 নৰকাসুৰ ভূমি আৰু বিষ্ণুৰ পুত্ৰ মায়া (বিদৰ্ভৰ ৰাজকুমাৰী)
2 ভগদত্ত নৰকৰ পুত্ৰ -
3 পুষ্পদত্ত ভগদত্তৰ পুত্ৰ -
4 বজ্ৰদত্ত ভগদত্তৰ পুত্ৰ -

টোকা সম্পাদনা কৰক

  1. * Prakash, Col Ved, Encyclopedia of North-East India 
  2. 2.0 2.1 (Gait 1906, পৃষ্ঠা 12)
  3. "History of Assam: The Ancient Period". Govt. of Assam. Archived from the original on 23 August 2017. https://web.archive.org/web/20170823214948/http://online.assam.gov.in/web/guest/historyofassam?webContentId=109367। আহৰণ কৰা হৈছে: 29 July 2017. 

তথ্যসূত্ৰ সম্পাদনা কৰক