মইনা গোস্বামী (ইংৰাজী: Maina Goswami; জন্ম: ) হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ। সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি। [1]তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। [2][3]

মইনা গোস্বামী
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় লেখক, সমালোচক
উল্লেখনীয় কৰ্মৰাজি মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ, মই ভাল দেউতা হ'ব নোৱাৰিলোঁ

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

সাহিত্যিক-সামাজিক জীৱন সম্পাদনা কৰক

ব্যক্তিগত জীৱন সম্পাদনা কৰক

সাহিত্যকৰ্ম সম্পাদনা কৰক

  1. মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ
  2. মই ভাল দেউতা হ'ব নোৱাৰিলোঁ
  3. সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ
  4. গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ
  5. মোক বন্ধু কৰি লোৱা
  6. সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ঈশান (৬ জুলাই,২০২১). "মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ". you tube. কথাবৃক্ষ- Books, Movies and Thoughts. https://www.youtube.com/embed/JMT9OX4BDms। আহৰণ কৰা হৈছে: 29 July 2021. 
  2. মইনা গোস্বামী (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6. 
  3. মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-90610-18-1.