মিষ্টাৰ এণ্ড মিচেছ মাহী

শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ চলচ্চিত্ৰ

মিষ্টাৰ এণ্ড মিচেছ মাহী (ইংৰাজী: Mr. & Mrs. Mahi) ২০২৪ চনৰ হিন্দী ভাষাৰ এখন ৰোমাণ্টিক ক্ৰীড়া নাট্য চলচ্চিত্ৰ। এই ছবিখনৰ পৰিচালক শৰণ শৰ্মা আৰু প্ৰযোজক জি ষ্টুডিঅ’ আৰু ধৰ্ম প্ৰডাকশ্যন্স। ছবিখনত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰেক্ৰিকেট আৰু মহেন্দ্ৰ সিং ধোনিক কেন্দ্ৰ কৰি নিৰ্মিত ছবিখন, আৰু ছবিখনত দুয়োজন মুখ্য অভিনয়-শিল্পীৰ উপনামো "মাহী"।[5][6] ২০২৪ চনৰ ৩১ মে’ তাৰিখে ছবিখনে মুক্তি লাভ কৰিছিল আৰু ই দৰ্শক তথা সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰে।[7]

মিষ্টাৰ এণ্ড মিচেছ মাহী
Mr. & Mrs. Mahi
পৰিচালক শৰণ শৰ্মা
ৰচনা নিখিল মেহৰোত্ৰা
শৰণ শৰ্মা
প্ৰযোজক
  • কৰণ জোহৰ
  • জী ষ্টুডিঅ'ছ
  • হিৰু যশ জোহৰ
  • অপূৰ্ব মেহতা
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী অনয় গোস্বামী
সম্পাদনা নীতিন বৈদ
সংগীত পৰিচালক গীত:
বিশাল মিশ্ৰা
তনিষ্ক বাগচী
জানি
অচিন্ত–যুৱ
হানি–বানি
ধ্ৰুৱ ধল্লা
পটভূমিৰ সংগীত:
জন ষ্টুৱেৰ্ট এডুৰি
প্ৰযোজনা
কোম্পানীসমূহ
ধৰ্ম প্ৰডাকশ্যন্স
জী ষ্টুডিঅ'ছ
পৰিবেশক জী ষ্টুডিঅ'ছ
মুক্তি
৩১ মে' ২০২৪ (2024-05-31)
দৈৰ্ঘ্য
১৩৯ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ৪০ কোটি[2]
সৰ্বমুঠ আয় est. ₹৫২ কোটি[3][4]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Mr. & Mrs. Mahi (PG)". British Board of Film Classification. 23 May 2024. https://www.bbfc.co.uk/release/mr-mrs-mahi-q29sbgvjdglvbjpwwc0xmdixmza3। আহৰণ কৰা হৈছে: 23 May 2024. 
  2. "Mr and Mrs Mahi released today; movie beats Fighter in advance bookings". The Business Standard. 24 May 2024. https://www.business-standard.com/entertainment/mr-and-mrs-mahi-released-today-movie-beats-fighter-in-advance-bookings-124053101319_1.html. 
  3. "Mr. & Mrs. Mahi Box Office" (en ভাষাত). Bollywood Hungama. 31 May 2024. https://www.bollywoodhungama.com/movie/mr-mrs-mahi/box-office/#bh-movie-box-office. 
  4. "Mr and Mrs Mahi box office collection Day 1 early report: Rajkummar Rao, Janhvi Kapoor film off to a decent start". The Indian Express. 2024-05-31. https://indianexpress.com/article/entertainment/bollywood/mr-and-mrs-mahi-box-office-collection-day-1-early-report-rajkummar-rao-janhvi-kapoor-9363956/। আহৰণ কৰা হৈছে: 2024-05-31. 
  5. Hungama, Bollywood (1 December 2023). "Mr. And Mrs. Mahi Cast List | Mr. And Mrs. Mahi Movie Star Cast | Release Date | Movie Trailer | Review- Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/movie/mr-mrs-mahi/cast/। আহৰণ কৰা হৈছে: 6 April 2024. 
  6. "Mr. & Mrs. Mahi| Rotten Tomatoes" (en ভাষাত). Rotten Tomatoes. 31 May 2024. https://www.rottentomatoes.com/m/mr_and_mrs_mahi। আহৰণ কৰা হৈছে: 6 April 2024. 
  7. "Mr. & Mrs. Mahi". The Times of India. November 29, 2021. https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/mr-mrs-mahi/movieshow/87983031.cms.