১১ জানুৱাৰী
তাৰিখ
১১ জানুৱাৰী (ইংৰাজী: 11 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন (অধিবৰ্ষত ৩৫৫টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৬৯৩ খৃঃ - ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ ।
- ১৮৭৯ খৃঃ - দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত ।
জন্মসম্পাদনা কৰক
- ১৯৭৩ খৃঃ - ৰাহুল দ্ৰাৱিড়, "দ্য ৱাল" নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক ।
মৃত্যুসম্পাদনা কৰক
- ২০০৮ খৃঃ - এডমাণ্ড হিলাৰী, বিশ্বৰ সৰ্ব্বোশ্ব শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথম দুজন ব্যক্তিৰ ভিতৰত অন্যতম ।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |