মুঠ ঘৰুৱা উৎপাদন অনুসৰি এছিয়াৰ দেশসমূহ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
এই তালিকাখন ২০১০ চনত এছিয়াৰ দেশসমূহৰ মুঠ ঘৰুৱা উৎপাদন (Gross domestic product) অনুসৰি বজাৰ অথবা চৰকাৰী বিনিময় হাৰৰ (nominal GDP) আৰু PPP map-ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। তথ্য সমূহ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (International Monetary Fund)-ৰ ২০১০ চনৰ এপ্ৰিল মাহৰ তথ্যৰ পৰা আহৰণ কৰা হৈছে।
দেশ বা অঞ্চল |
GDP nominal millions of USD |
GDP PPP millions of USD |
GDP PPP per capita USD |
অৱস্থান |
---|---|---|---|---|
এছিয়া | ১৮,৫১৫,০০০ | ২৪,০৭৭,০০০ | ||
আফগানিস্তান | ১৬,৬৩১ | ২৯,৬১৬ | ১০০০ | দক্ষিণ এছিয়া |
আৰ্মেনিয়া | ৮,৮৩০ | ১৭,০৮৬ | ৬,৪০০ | পশ্চিম এছিয়া |
আজেৰবাইজান | ৬২,৩২১ | ৯০,০৭৪ | ৮,৬৩৪ | পশ্চিম এছিয়া |
বাহৰেইন | ২১,৭৩৩ | ২৯,৬৬৩ | ৩৭,২০০ | পশ্চিম এছিয়া |
বাংলাদেশ | ১০৫,৪০২ | ২৫৭,৫৪৫ | ১,৬০০ | দক্ষিণ এছিয়া |
ভূটান | ১,৩৯৭ | ৩,৭৮৫ | ৫,৬০০ | দক্ষিণ এছিয়া |
ব্ৰুণেই | ১১,৯৬৩ | ১৯,৯২৫ | ৫১,৮০০ | দক্ষিণপূব এছিয়া |
বাৰ্মা | ৩৫,৬৪৬ | ৭৬,২৪০ | ১,১৯৭ | দক্ষিণপূব এছিয়া |
কম্বোডিয়া | ১১,৩৬০ | ২৯,৮১১ | ২,০০1 | দক্ষিণপূব এছিয়া |
চীন (PRC) | ৫,৮৭৮,২৫৭ | ১০,০৮৫,৭০৮ | ৭,৫১৮ | পূব এছিয়া |
টিমুৰ লেষ্টে | ৬১৬ | ৩,০৬২ | ২,৬০০ | দক্ষিণপূব এছিয়া |
জৰ্জিয়া | ১১,২৩৪ | ২২,১৯৪ | ৪,৫০০ | পশ্চিম এছিয়া |
হংকং | ২২৬,৪৮৫ | ৩২২,৪৮৬ | ৪৬,০৬৯ | পূব এছিয়া |
ভাৰত | ১,৫৩৭,৯৬৬ | ৪,০৬০,৩৯২ | ৩,৩৩৯ | দক্ষিণ এছিয়া |
ইণ্ডোনেছিয়া | ৭০৬,৭৩৫ | ১,০২৯,৮৮৪ | ৪,৩৯৪ | দক্ষিণপূব এছিয়া |
ইৰান | ৩৩৭,৯০১ | ৮১৮,৬৫৩ | ১১,২০০ | পশ্চিম এছিয়া |
ইৰাক | ৮৪,১৩৬ | ১১৫,৩৩০ | ৩,৬০০ | পশ্চিম এছিয়া |
ইজৰাইল | ২০১,২৫৪ | ২১৮,৪৯০ | ২৯,৫০০ | পশ্চিম এছিয়া |
জাপান | ৫,৪৫৮,৮৭২ | ৪,৩০৯,৪৩২ | ৩২,৮১৭ | পূব এছিয়া |
জৰ্ডান | ২৭,১২৯ | ৩৪,৬১৭ | ৫,০০০ | পশ্চিম এছিয়া |
কাজাখাস্তান | ১২৯,৭৫৭ | ১৯৩,২৬১ | ১১,৪৩৪ | কেন্দ্ৰীয় এছিয়া |
উত্তৰ কোৰিয়া | ২৮,০০০ | ৪০,০০০ | ১,৯০০ | পূব এছিয়া |
দক্ষিণ কোৰিয়া | ১,০০৭,০৮৪ | ১,৪৫৯,২৪৬ | ৩০,২০০ | পূব এছিয়া |
কুৱেইট | ১১৭,৩১৬ | ১৩৮,০৯৯ | ৩৮,২৯৩ | পশ্চিম এছিয়া |
কিৰগিজস্তান | ৪,৪৪৪ | ১১,৭৭২ | ২,১৬২ | কেন্দ্ৰীয় এছিয়া |
লাউচ | ৬,৩৪১ | ১৫,৬৮৯ | ২,৪৩৫ | দক্ষিণপূব এছিয়া |
লেবানন | ৩৯,১৪৯ | ৫৯,৯০৬ | ১৫,৩৩১ | পশ্চিম এছিয়া |
মাকাও | ২২,১০০ | ১৮,৪৭০ | ৫৯,৪৫১ | পূব এছিয়া |
মালয়েছিয়া | ২১৮,৯৫০ | ৪১২,৩০২ | ১৪,৬০৩ | দক্ষিণপূব এছিয়া |
মালদ্বীপ | ১,৪৩৩ | ১,৭৫৫ | ৫,৪৮৩ | দক্ষিণ এছিয়া |
মংগোলিয়া | ৫,৮০৭ | ১০,২৫২ | ৩,৭২৭ | পূব এছিয়া |
নেপাল | ১৫,১০৮ | ৩৫,২৩১ | ১,২৫০ | দক্ষিণ এছিয়া |
ওমান | ৫৩,৭৮২ | ৭৮,১০০ | ২৬,১৯৭ | পশ্চিম এছিয়া |
পাকিস্তান | ১৬৪,৭৯২ | ৪৬৪,৭১১ | ২,৭৮৯ | দক্ষিণ এছিয়া |
পাপুৱা নিউগিনি | ৮,৮০৯ | ১৪,৯৩০ | ২,৩০২ | দক্ষিণপূব এছিয়া |
ফিলিপাইন | ১৮৯,০৬১ | ৩৫০,২৭৯ | ৩,৭২৫ | দক্ষিণপূব এছিয়া |
কাটাৰ | ১২৬,৫১৮ | ১৪৯,৯৯৫ | ৮৮,২৩২ | পশ্চিম এছিয়া |
চীন প্ৰজাতন্ত্ৰ (টাইৱান) | ৪২৬,৯৮৪ | ৮১০,৪৮৭ | ৩৪,৭৪৩ | পূব এছিয়া |
ৰাছিয়া | ১,৪৬৫,০৭৯ | ২,২২২,৯৫৭ | ১৫,৮০৭ | উত্তৰ এছিয়া |
চৌদি আৰৱ | ৪৩৪,৪৪০ | ৬১৯,৮২৬ | ২৩,৭৪২ | পশ্চিম এছিয়া |
ছিংগাপুৰ | ২১৭,৩৭৭ | ২৯১,৭১২ | ৫৭,২৩৮ | দক্ষিণপূব এছিয়া |
শ্ৰীলংকা | ৪৮,২৪১ | ১০৪,১২৪ | ৫,১০৩ | দক্ষিণ এছিয়া |
ছিৰিয়া | ৫৯,৬৩৩ | ১০৫,৩২৪ | ৫,১০৮ | পশ্চিম এছিয়া |
তাজিকিস্তান | ৫,৫৭৮ | ১৪,৫২৯ | ১,৯০৭ | কেন্দ্ৰীয় এছিয়া |
থাইলেণ্ড | ৩১২,৬০৫ | ৫৮৪,৭৬৮ | ৮,৬৪৩ | দক্ষিণপূব এছিয়া |
তুৰস্ক | ৭২৯,০৫১ | ৯৬০,৫১১ | ১৩,৩৯২ | পশ্চিম এছিয়া |
তুৰ্কমেনিস্তান | ২৭,৯৬০ | ৩৫,৮৮৩ | ৬,৫৯৭ | কেন্দ্ৰীয় এছিয়া |
সংযুক্ত আৰৱ আমিৰাত | ২৩৯,৬৫০ | ১৮৬,৯০৮ | ৩৬,৯৭৩ | পশ্চিম এছিয়া |
উজবেকিস্তান | ৩৭,৭২৪ | ৮৫,৩৬৩ | ৩,০২২ | কেন্দ্ৰীয় এছিয়া |
ভিয়েটনাম | ১০১,৯৮৭ | ২৭৫,৬৩৯ | ২,৭৯৩ | দক্ষিণপূব এছিয়া |
য়েমেন | ৩০,০২৩ | ৬৩,৩২৯ | ২,৫৯৫ | পশ্চিম এছিয়া |